এটাৰ পাছত আন এটা ৰেকৰ্ডৰে ভাৰোত্তোলন জগতত চাঞ্চল্য অব্যাহত ৰাখিছে যুৱ অলিম্পিকত স্বৰ্ণ পদকেৰে ইতিহাস গঢ়া মিজোৰামৰ ১৬ বছৰীয়া ভাৰোত্তোলক...
Read moreDetailsচলাই যোৱা চাইকেলখনৰ খুন্দাত আহত কুকুৰা পোৱালি এটিৰ প্ৰাণ বচাবলৈ লোৱা দুৰ্লভ, দৃষ্টান্তস্থাপনকাৰী ভূমিকাৰ স্বীকৃতিস্বৰূপে মিজো কণমানি দেৰেক চি লালচানহিমাক...
Read moreDetailsদেশ কঁপাই যোৱা পুলৱামা আক্ৰমণৰ পৰিকল্পনা কৰিছিল খোদ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! এই বিষ্ফোৰক অভিযোগ মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল আজিজ...
Read moreDetailsমিজোৰামৰ এটা কণমানি শিশুৰ মহানুভৱতাই এতিয়া ছ’চিয়েল মিডিয়াত খলকনি তুলিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কণমানিটোৰ ফটো আৰু কাহিনীটোৱে এতিয়া...
Read moreDetailsমিজোৰামৰ বেচৰকাৰী সংস্থাসমূহৰ সমন্বয়ৰক্ষী সমিকে ধৰি ইয়াৰ প্ৰধান বেচৰকাৰী সংস্থা চি ওৱাই এম এ, এম য়ু পি, এম এইচ আই...
Read moreDetailsমোদী-নেতৃত্বাধীন বিজেপিক ফেচিবাদৰ প্ৰতিনিধি আখ্যা দি আজি মিজোৰাম বিজেপিৰ ১৭জনকৈ নেতাই দলত্যাগৰ কথা ঘোষণা কৰে। ইয়াৰ মাজত যোৱা বছৰ অনুষ্ঠিত...
Read moreDetailsযিকোনো খেলতে জয়-পৰাজয় থাকে। কিন্তু খেলপথাৰত যুঁজ নিদিয়াকৈয়ে যেতিয়া এটা দলে আনটো দলৰ সন্মুখত আত্মসমৰ্পণ কৰে সেয়াহে আশ্চৰ্যকৰ। ১৬ মাৰ্চত...
Read moreDetailsঅসমৰ লগতে চুবুৰীয়া ৰাজ্য মিজোৰামো বাংলাদেশী সমস্যাৰ গ্ৰাসত পৰিছে। মিজোৰাম বিধানসভাত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। মিজোৰামৰ স্থানীয় প্ৰশাসনিক মন্ত্ৰী...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে মিজোৰাম বিজেপি। ৰাজ্যখনত আগন্তুক নিৰ্বাচনত বিজেপি অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি...
Read moreDetailsদ্বিতীয় লেগৰ ছেমি ফাইনেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে ৩-০ গ’লৰ ব্যাৱধানত পৰাস্তহৈ আই এছ এলৰ খিতাপ জয়ৰ আশা নিৰ্বাপিত হ’ল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd