• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

মোদীৰ ফেচিবাদৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মিজোৰামত ১৭জনকৈ নেতাৰ বিজেপি ত্যাগৰ সিদ্ধান্ত

"নিকট ভৱিষ্যতত প্ৰায় ১০ হাজাৰ সদস্যই দলটো ত্যাগ কৰিব”

by
March 28, 2019 10:36 pm
BJP-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী-নেতৃত্বাধীন বিজেপিক ফেচিবাদৰ প্ৰতিনিধি আখ্যা দি আজি মিজোৰাম বিজেপিৰ ১৭জনকৈ নেতাই দলত্যাগৰ কথা ঘোষণা কৰে। ইয়াৰ মাজত যোৱা বছৰ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিয়া ৪জন নেতাও আছে।

দলত্যাগ কৰিবলৈ ওলোৱা নেতাকেইজনে কয় যে তেওঁলোকৰ উপৰি আন বহুতো নেতা-কৰ্মী দলটো এৰিবলৈ সাজু হৈছে। “আমাৰ সৈতে প্ৰায় ৫-৬ হাজাৰ সদস্যই দল ত্যাগ কৰিব। কিন্তু নিকট ভৱিষ্যতত প্ৰায় ১০ হাজাৰ সদস্যই দলটো ত্যাগ কৰিব”, নেতাকেইজনৰ মন্তব্য।

Apply Now

বিজেপিৰ প্ৰতি বিৰাগভাজন হোৱা নেতাকেইজনৰ ভিতৰত আছে আইজল জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কে লালৰিমাৱিয়া আৰু আইজল জিলা মহিলা কোষৰ সভানেত্ৰীও আছে।

দলটো ফেচিবাদৰ মজিয়া আখ্যা দি নেতাকেইজনে কয় দলত কথা কোৱাৰ কোনো সুযোগেই নাই। কেৱল কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ বহন কৰিবলৈ হেঁচা দিয়া হয়।

‘‘মই যেতিয়া মিজোৰাম বিজেপিৰ সভাপতি আছিলো, মোক দিল্লীত নিজৰ ঠাইৰ কাম-কাজৰ বিষয়ে ক’বলৈ মাত্ৰ ২ মিনিট সময় দিছিল’’, দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি বিষোদগাৰ কৰি কে লালৰিমাৱিয়াই কয়।

“বিজেপিয়ে প্ৰতিখন ৰাজ্যতে সংকটৰ সন্মুখীন হৈছে। এইটো এই কাৰণে হৈছে যে দলটোত গণতন্ত্ৰৰ পৰিৱৰ্তে ফেচিবাদ আছে।” তেওঁ কয়।

আনহাতে আগন্তুক সাধাৰণ নিৰ্বাচনত এক মাত্ৰ সমষ্টিটোত দলটোৱে এজন চাকমা লোকক টিকট দিয়া বাবেও অসন্তুষ্টি প্ৰকাশ কৰে দলত্যাগী নেতাকেইজনে। “আমি এজন খিলঞ্জীয়া প্ৰতিনিধি বিচাৰো যিজনে সংখ্যাগৰিষ্ঠসকলৰ হৈ মাত মাতিব পাৰে”, পদত্যাগৰ ইয়ো এটা কাৰণ আখ্যা দি কে লালৰিমাৱিয়াই কয়।

“দলে এইবাৰ প্ৰাৰ্থিত্ব দিয়া নিহাৰ কান্তি চাকমা সংখ্যালঘু চাকমা সকলৰ মাজৰ আৰু তেওঁ এজন খিলঞ্জীয়া নহয়। আমি এজন মিজো প্ৰতিনিধি বিচাৰো”, তেওঁ কয়।

মিজোৰাম ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটীয়ে ৰামতিয়ামাৰ নামটো প্ৰস্তাৱ কৰা সত্ত্বেও কেন্দ্ৰৰ নেতৃত্বই সেয়া বিবেচনা নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে নেতাকেইজনে।

তেওঁলোকে দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক অঞ্চলটোৰ মানুহৰ ওপৰত জাপি দিব খোজাৰ কথাটোও টানি আনে আৰু ইয়াক সংবিধান বিৰোধী তথা ধৰ্মীয় বৈষম্যৰ প্ৰয়োগ আখ্যা দিয়ে নেতাকেইজনে।

‘‘আমি মোদী নেতৃত্বাধীন দলটো ত্যাগ কৰিবলৈ সকলো বিজেপি সদস্যকে আহ্বান জনাইছো।’’ কেন্দ্ৰীয় চৰকাৰখন অৰ্থনীতি, প্ৰতিৰক্ষা, নিৰাপত্তা সকলো দিশতে ব্যৰ্থ বুলি অভিযোগ কৰা নেতাকেইজনে কয়।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd