• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলপথাৰত যুঁজ নিদিয়াকৈয়ে চেন্নাইন এফ চিৰ বিৰুদ্ধে হাৰিল আইজল এফ চি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2019 4:37 pm
aizawl-fc-

আইজল এফ চি দলৰ ফাইল ফটো। উৎস : স্প'ৰ্টছকিদা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিকোনো খেলতে জয়-পৰাজয় থাকে। কিন্তু খেলপথাৰত যুঁজ নিদিয়াকৈয়ে যেতিয়া এটা দলে আনটো দলৰ সন্মুখত আত্মসমৰ্পণ কৰে সেয়াহে আশ্চৰ্যকৰ। ১৬ মাৰ্চত তেনে এক ঘটনা সংঘটিত হৈছে হিৰ’ ছুপাৰ কোৱালিফায়াৰ ফুটবল টুৰ্নামেণ্টত।

জানিব পৰা মতে হিৰ’ ছুপাৰ কাপৰ কোৱালিফায়াৰত শনিবাৰে উৰিষ্যাৰ ভুবনেশ্বৰস্থিত কালিংগা ষ্টেডিয়ামত আইজল এফ চি আৰু চেন্নাইন এফ চিৰ মাজত এখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ’ব লগীয়া আছিল। কিন্তু নিৰ্ধাৰিত সময়লৈকে খেলপথাৰত উপস্থিত নহ’ল আইজল এফ চিৰ দলটো।

Apply Now

আইজল এফ চিৰ দলটো সময়ত উপস্থিত হ’ব নোৱাৰাত কৰ্তৃপক্ষই মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এইদৰে চেন্নাইন এফ চি হিৰ’ ছুপাৰ কাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়।

উল্লেখ্য যে দেশৰ এখন আগশাৰীৰ ফুটবল টুৰ্নামেণ্টৰ কোৱালিফায়িং মেচত আইজল এফ চিৰ দলটো কি কাৰণত অনুপস্থিত থাকিল সেয়া জানিব পৰা হোৱা নাই।

আনহাতে দলটোৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ক্ষুন্ন হৈ পৰিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন। টুৰ্নামেণ্টৰ নীতি-নিয়ম অনুসৰি এই সমগ্ৰ বিষয়টো চালি-জাৰি চোৱা হ’ব বুলি ফুটবল ফেডাৰেশ্যনে টুইটযোগে জনায়।

ইফালে আইজল এফ চিৰ দৰে একেই ভুল গকুলাম কেৰেলা এফ চিয়েও কৰা পৰিলক্ষিত হৈছে। দলটোৱে নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱাত মেচখন বাতিল কৰি দিল্লী ডায়নামোজ এফ চিক বিজয়ী ঘোষণা কৰে।

উল্লেখযোগ্য যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হিৰ’ ছুপাৰ কাপ হ’ল এখন নকআউট পৰ্যায়ৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনত আই লীগ আৰু আই এছ এলৰ শীৰ্ষ ৬টা দলে মূল ৰাউণ্ডত আৰু শেষৰ চাৰিটা দলে কোৱালিফায়িং মেচৰ জৰিয়তে মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd