উত্তৰ-পূব

ভাৰতত টেছলাৰ কাৰখানা নিৰ্মাণক লৈ আপত্তি! ট্ৰাম্পৰ মতে আমেৰিকাৰ প্ৰতি ‘অন্যায়’!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ‘বন্ধুত্ব’ আৰু ভাৰত-আমেৰিকাৰ সুসম্পৰ্কতকৈ জন্মভূমি আমেৰিকাৰ স্বাৰ্থ বৃহত্তৰ। ড’নাল্ড ট্ৰাম্পে পুনৰ বুজাই দিলে সেই কথা। ট্ৰাম্পে...

Read moreDetails

ভাৰত জোড়ো যাত্ৰাৰ পৰা অনুপ্ৰাণিত; নিজৰ বিয়াৰ বাবে ডাঙৰ সিদ্ধান্ত লৈ পেলালে দম্পতীয়ে

২০২২ চনৰ ছেপ্টেম্বৰ মাহ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ৰ শুভাৰম্ভ কৰা হয়। কংগ্ৰেছ নেতাগৰাকীয়ে ১২খন ৰাজ্যৰ ৭৫খন...

Read moreDetails

উমৰাংছ’ৰ কয়লাখনিৰ পৰা ডেৰমাহ পাছত উদ্ধাৰ ৫জন শ্ৰমিকৰ মৃতদেহ!

উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে পাঁচজন শ্ৰমিকৰ মৃতদেহ। ডেৰমাহৰ অন্তত NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা। উমৰাংছ’ৰ কয়লাখনিত এটাৰ পাছত আনটো মৃতদেহ...

Read moreDetails

আছাম ষ্টেট আউটছ’ৰ্চ পাৱাৰ ৱৰকাৰ্ছ ইউনিয়নৰ ৭২ ঘন্টীয়া ধৰ্মঘটলৈ AICCTU ৰ পূর্ণ সমৰ্থন

AICCTU ৰ অসম ৰাজ্যিক সমিতিয়ে আছাম ষ্টেট আউটছ'ৰ্চ পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়নে অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ চচলত অনষ্ঠিত কৰিব...

Read moreDetails

চৰকাৰী বাহনৰ পঞ্জীয়ন নম্বৰৰ অপব্যৱহাৰৰ অভিযোগঃ প্ৰাক্তন ডিজিপিৰ বিৰুদ্ধে থকা এফআইআৰ, চাৰ্জশ্বীট বাতিল মেঘালয় উচ্চ ন্যায়ালয়ৰ

মেঘালয়ৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ডঃ লজ্জা ৰাম বিষ্ণোইৰ বিৰুদ্ধে তেওঁৰ চৰকাৰী বাহনৰ পঞ্জীয়ন নম্বৰৰ অপব্যৱহাৰৰ অভিযোগত দাখিল কৰা এফআইআৰ...

Read moreDetails

প্ৰয়াগৰ সংগমস্থলীত বিষাক্ত প্ৰদূষণ! স্নান উপযোগী নহয় মহাকুম্ভ! কেন্দ্ৰৰ প্ৰতিবেদনতে উদ্বেগ

প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। গংগা, যমুনা আৰু অন্তঃসলিলা সৰস্বতীৰ পানীত মানুহে পবিত্ৰ ডুব দিছে। কিন্তু প্ৰয়াগৰাজৰ গংগাজল গা ধোৱাৰ...

Read moreDetails

আমেৰিকাৰ অবৈধ বসবাসকাৰী ভাৰতীয়ক গ্ৰহণ কৰিবলৈ ওলাইছে মধ্য আমেৰিকাৰ এইখন দেশে!

আমেৰিকা প্ৰশাসনে আক্ৰমণাত্মকভাৱে অবৈধ অনুপ্ৰৱেশকাৰীক দেশখনৰ বিতাড়িত কৰিছে। এতিয়ালৈকে আমেৰিকাৰ পৰা তিনিখন বিমানেৰে উভতি আহিছে তিনি শতাধিক ভাৰতীয়। খবৰ অনুসৰি...

Read moreDetails

নাগালেণ্ডৰ পৰা গুৱাহাটী হৈ ছত্তিশগড়লৈ অবৈধভাৱে কঢ়িয়াই নিয়া হ’ল তিনিটা ভালুক!

সোমবাৰে নিশা প্ৰায় ১০ বজাত গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰত স্থানীয় লোকে ছত্তীশগড়ৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাকত তিনিটা হিমালয়ৰ ক’লা ভালুক...

Read moreDetails

তদন্তত উন্মোচন! ২০১৩ আৰু ২০১৪ৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাত ‘বিক্ৰী হৈছিল চাকৰি’

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মা তদন্ত সমিতিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ অসামৰিক সেৱাৰ...

Read moreDetails

খেলুৱৈসকলৰ দাবী পূৰণৰ কোনো চেষ্টাই নাই! ভাৰতীয় অলিম্পিক সন্থাৰ পৰা পদত্যাগ মেৰী কমৰ

ভাৰতীয় অলিম্পিক সন্থাৰ (ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যন) গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিছে মেৰী কমে। দেওবাৰে তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে। অৱশ্যে...

Read moreDetails
Page 106 of 2567 1 105 106 107 2,567

Stay Connected

Recent News