• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলুৱৈসকলৰ দাবী পূৰণৰ কোনো চেষ্টাই নাই! ভাৰতীয় অলিম্পিক সন্থাৰ পৰা পদত্যাগ মেৰী কমৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2025 10:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় অলিম্পিক সন্থাৰ (ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যন) গুৰুত্বপূৰ্ণ পদৰ পৰা পদত্যাগ কৰিছে মেৰী কমে। দেওবাৰে তেওঁ পদত্যাগৰ কথা ঘোষণা কৰে। অৱশ্যে বক্সিং কিংবদন্তিগৰাকীয়ে পদত্যাগৰ কাৰণ স্পষ্ট কৰা নাই।

ভাৰতীয় অলিম্পিক সন্থাৰ এথলিটসকলৰ কমিছনৰ মুৰব্বী আছিল মেৰী কম। ক্ৰীড়া বিভাগৰ কাৰ্যনিৰ্বাহক সমিতিতো তেওঁ আছিল। ২০১২ চনৰ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী বক্সাৰগৰাকীয়ে দুয়োটা পদৰ পৰা পদত্যাগ কৰিছে।

Apply Now

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ এথলীটছসকলৰ কমিছনৰ নিজা হোৱাটছএপ গ্ৰুপলৈ বিদায় বাৰ্তা প্ৰেৰণ কৰে। য’ত তেওঁ লিখিছে, ‘’ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচনত মোৰ বহুত ভাল সময় পাৰ হৈছে। যিটো মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। কিন্তু দুখৰ সৈতে ঘোষণা কৰিছো যে মই অলিম্পিক সন্থাৰ দায়িত্ব পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো। মই পদত্যাগ কৰিছো। সকলোলৈ শুভেচ্ছা থাকিল।‘’

কিন্তু পদত্যাগ কৰাৰ কাৰণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মেৰী কমে পদত্যাগ পত্ৰও প্ৰেৰণ কৰা নাই। ফলত অলিম্পিক সংগঠনটোৱে এতিয়া অপেক্ষা কৰি আছে। তাৰপিছত বাকী সিদ্ধান্ত লোৱা হ’ব।

এই আয়োগত আছে শৰথ কমল, গগন নাৰং, পি ভি সিন্ধু, ৰাণী ৰামপাল আদি কেইবাজনো তাৰকা খেলুৱৈ। অভিনৱ বিন্দ্ৰাও এই সংগঠনত আছিল। ২০২২ চনত পি টি উষা ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ মুৰব্বী হোৱাৰ পাছত এই দহজনীয়া আয়োগ গঠন হৈছিল। এই আয়োগৰ মূল দায়িত্ব খেলুৱৈসকলৰ হৈ কথা কোৱা।

Mary Kom resigns from IOA’s athletes’ bodyhttps://t.co/WCE2xMDZV0

— Avishek Roy (@tweet2avishek) February 17, 2025

কিন্তু সত্যটো হ’ল অলিম্পিক সংগঠনটোৰ এথলিটসকলৰ সংগঠনটো দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ আছে। প্ৰথম অৱস্থাত কেইখনমান সভা হৈছিল যদিও পিছলৈ সেই কাম কমিবলৈ ধৰিলে। অভিনৱ বিন্দ্ৰাই এই বিষয়ে একাধিকবাৰ মাত মাতিছে। শেহতীয়াকৈ পিটি উষা আৰু আন সদস্যসকলৰ মাজত মতানৈক্যৰ খবৰ পোহৰলৈ আহিছে। তাত এই আয়োগৰ গুৰুত্ব আৰু কমি গৈছে। প্ৰশ্ন উঠিছে, মেৰী কমৰ পদত্যাগৰ কাৰণ সেইটোৱেই নেকি? উল্লেখ্য যে তেওঁ অলিম্পিকৰ পূৰ্বে চেফ দ্য মিছনৰ দায়িত্বও এৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd