উত্তৰ-পূব

বছৰৰ আৰম্ভণিতে ছত্তীশগড়ত এনকাউণ্টাৰত নিহত ৪ মাওবাদী, শ্বহীদ ১ জোৱান

বছৰৰ আৰম্ভণিতে ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে চলিলে অভিযান। শনিবাৰে নিশাৰ পৰা অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত দীঘলীয়া সংঘৰ্ষ। জানিব...

Read moreDetails

পাক সেনাৰ জোৱান ভৰ্তি বাছত বিস্ফোৰণ; কমেও ৬ জন নিহত, আহত ৩০ জনতকৈও অধিক

পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাট অঞ্চলত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত সেনা জোৱান কঢ়িয়াই অনা এখন বাছক লক্ষ্য কৰি লোৱা হৈছে। অচিনাকি...

Read moreDetails

অধিনায়ক সলনি হ’লেও সলনি ন’হল ভাগ্য! ছিডনীতো পৰাজয় টিম ইণ্ডিয়াৰ; বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী হেৰুৱাই WTCৰ ফাইনেলৰ আশাও নিৰ্বাপিত

অধিনায়ক সলনি হোৱাৰ পিছতো ভাগ্য সলনি নহ’ল। ছিডনী টেষ্টত অলপ সংগ্ৰাম কৰিলে যদিও দিনটোৰ শেষত টিম ইণ্ডিয়াই ফলাফল সলনি কৰিব...

Read moreDetails

নতুন বছৰত কি চলিল! Zomatoৰ জৰিয়তে গাৰ্লফ্ৰেণ্ড ডেলিভাৰী?

Zomato ৰ দৰে খাদ্য ডেলিভাৰী এপেও বিশেষ দিনত পাঁচ দিনতকৈ তুলনামূলকভাৱে অধিক খাদ্য ডেলিভাৰী অৰ্ডাৰ লাভ কৰে। বেছিভাগ মানুহেই, তাৰ...

Read moreDetails

দুই সন্তানৰ মাজত ১০ বছৰৰ ব্যৱধান! জানি লওক সুবিধা আৰু অসুবিধাসমূহ

একে বয়সৰ সন্তানক একেলগে ডাঙৰ-দীঘল কৰাটো এগৰাকী মাতৃৰ বাবে ৰোলাৰ ক’ষ্টাৰ ৰাইডৰ দৰেই। এটা শিশুক চম্ভালি থাকোতে আনটোলৈও সম্পূৰ্ণ মনোযোগৰ...

Read moreDetails

ধনশ্ৰীৰ সৈতে থকা সকলো ছবি ডিলিট কৰিলে চাহালে! আনফ’ল’ পত্নীৰ, মন ঘূৰিবনে স্পিনাৰৰ?

যোৱা বছৰ হাৰ্দিক পাণ্ডিয়া আৰু নাটাছা ষ্টেংকভিচে বিচ্ছেদৰ পথত খোজ দিছিল। এইবাৰ ভাৰতীয় দলৰ আন এজন তাৰকাই নিজৰ বৈবাহিক জীৱনৰ...

Read moreDetails

অভিভাৱকৰ অনুমতি অবিহনে ফেচবুক-ইনষ্টা একাউণ্ট খুলিব নোৱাৰিব নাবালকে; আহি আছে আইন

ফেচবুক-ইনষ্টা ব্যৱহাৰ কৰিব বিচাৰিলে এইবাৰৰ পৰা পিতৃ-মাতৃৰ পৰা অনুমতি ল’ব লাগিব। ১৮ বছৰৰ তলৰ নাবালকসকলে ছ’চিয়েল মিডিয়া একাউণ্ট খোলাৰ ক্ষেত্ৰত...

Read moreDetails

পথ প্ৰকল্পত দুৰ্নীতিৰ বাতৰি ফাদিল হোৱাৰ পিছতে ছত্তীশগড়ত সাংবাদিকক হত্যা!

পথ প্ৰকল্পৰ দুৰ্নীতি ফাদিল হোৱাৰ কেইদিনমান পিছতে উদ্ধাৰ হৈছে এজন যুৱ সাংবাদিকৰ মৃতদেহ। ১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল মুকেশ...

Read moreDetails

বুমৰাহৰ নেতৃত্বত অষ্ট্ৰেলিয়াত প্ৰসিদ্ধ-ছিৰাজৰ বলিং বিক্ৰম; ছিডনীত প্ৰথম ইনিংছত ভাৰতৰ অগ্ৰগতি

ছিডনী টেষ্টত ভাৰতীয় বলাৰসকলে যোগ্য প্ৰত্যুত্তৰ দিছে। প্ৰথম দিনাই টিম ইণ্ডিয়াৰ ইনিংছ মাত্ৰ ১৮৫ ৰানতে শেষ হৈছিল। দিনটোৰ শেষত বুমৰাহে...

Read moreDetails

গুৱাহাটীত ১৩ বছৰীয়া কিশোৰীক অপহৰণ, ধৰ্ষণৰ অভিযোগত দুই নাবালকক আটক

গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে চাৰিজন ব্যক্তিৰ বিৰুদ্ধে। খবৰ অনুসৰি যোৱা...

Read moreDetails
Page 133 of 2565 1 132 133 134 2,565

Stay Connected

Recent News