• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ প্ৰকল্পত দুৰ্নীতিৰ বাতৰি ফাদিল হোৱাৰ পিছতে ছত্তীশগড়ত সাংবাদিকক হত্যা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 12:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ প্ৰকল্পৰ দুৰ্নীতি ফাদিল হোৱাৰ কেইদিনমান পিছতে উদ্ধাৰ হৈছে এজন যুৱ সাংবাদিকৰ মৃতদেহ। ১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল মুকেশ চন্দ্ৰকাৰ নামৰ সাংবাদিকজন। তেওঁৰ ককায়েক যুকেশ চন্দ্ৰকাৰে আৰক্ষীৰ ওচৰত এখন নিৰুদ্দেশ ডায়েৰী দাখিল কৰে।

নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা মুকেশৰ ফোনটো চুইচ অফ হৈ আছিল। ছত্তীশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে আৰক্ষীয়ে এটা টেংকৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে সাংবাদিকগৰাকীৰ মৃতদেহ।

Apply Now

আৰক্ষী আৰু পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মুকেশে স্থানীয় নিউজ চেনেল এটাত কাম কৰিছিল। পথ নিৰ্মাণৰ ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগকলৈ বাতৰি প্ৰকাশ কৰাৰ পিছৰে পৰা ঠিকাদাৰ আৰু তেওঁৰ সাংগোপাংগোসকলে তেওঁৰ সৈতে যোগাযোগ কৰিছিল।

মুকেশে বস্তাৰ জিলাত ১২০ কোটি টকাৰ এটা পথ নিৰ্মাণ প্ৰকল্পৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰিছিল। তেওঁৰ এই বাতৰিৰ লগে লগে ৰাজ্য চৰকাৰে দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিয়ে। মূলতঃ ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগত তদন্ত আৰম্ভ হৈছিল।

যোৱা ১ জানুৱাৰীৰ নিশাৰ পৰা মুকেশৰ আৰু সন্ধান পোৱা হোৱা নাছিল। সেইদিনা মুকেশৰ ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ ভায়েক ৰিতেশৰ লগত আলোচনা হোৱাৰ কথা আছিল। সুৰেশৰে এটা ঘাটিত তেওঁলোকৰ দেখা হৈছিল। তেতিয়াৰ পৰাই সাংবাদিকজনৰ ফোনটো চুইচ অফ হৈ আছিল।

নিৰুদ্দেশৰ তথ্য লাভ কৰাৰ পিছত লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। বিশেষভাৱে গঠন কৰা এটা দলে সম্ভৱপৰ সকলো ঠাইতে মুকেশৰ সন্ধানত নামে।

শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে চত্তনপাৰা অঞ্চলৰ ঠিকাদাৰ সুৰেশৰ ঘৰৰ পানীৰ টেংকিৰ পৰা যুৱ সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ কৰে। এইখিনিতে তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “আমি চিচিটিভিৰ ফুটেজ আৰু মোবাইল ফোনটোৰ শেষৰ স্থান ব্যৱহাৰ কৰি ঠিকাদাৰৰ ঘৰত তালাচী চলালো। তাতে পানীৰ টেংকিৰ ভিতৰৰ পৰা উদ্ধাৰ হয় মৃতদেহটো।”

আৰক্ষীয়ে লগতে কয় যে ঠিকাদাৰজন পলায়ন কৰিলেও তেওঁৰ ভাতৃক জিম্মাত লোৱা হৈছে। আন কেইবাজনকো সোধা-পোছা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd