• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুই সন্তানৰ মাজত ১০ বছৰৰ ব্যৱধান! জানি লওক সুবিধা আৰু অসুবিধাসমূহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2025 8:11 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একে বয়সৰ সন্তানক একেলগে ডাঙৰ-দীঘল কৰাটো এগৰাকী মাতৃৰ বাবে ৰোলাৰ ক’ষ্টাৰ ৰাইডৰ দৰেই। এটা শিশুক চম্ভালি থাকোতে আনটোলৈও সম্পূৰ্ণ মনোযোগৰ দিয়াৰ প্ৰয়োজন হয়। আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে দুটা সন্তানৰ মাজত ২ বা ৫ বছৰ নহয়, আনকি ১০ বছৰ ব্যৱধানো দেখা যায়। ৫ৰ পৰা ১০ বছৰৰ ব্যৱধানত দ্বিতীয় সন্তান জন্ম দিয়াৰ সুবিধাসমূহৰ বিষয়ে জানো আহক।

দ্বিতীয় সন্তান ডাঙৰ-দীঘল কৰিবলৈ সময় পোৱা যায়

Apply Now

দুটা সন্তানৰ মাজত প্ৰায় ১০ বছৰৰ ব্যৱধান ৰাখিলে দ্বিতীয় সন্তানক ডাঙৰ-দীঘল কৰাত সম্পূৰ্ণ সময় উচৰ্গা কৰিব পাৰি। যেতিয়া আপোনাৰ প্ৰথম সন্তানে স্কুললৈ যায় তেতিয়া আপুনি দ্বিতীয় সন্তানক চোৱাচিতা কৰাত আপোনাৰ পূৰ্ণ সময় দিব  পাৰে। প্ৰথম সন্তানে নিজে খাই বই স্কুলৰ বাবে নিজকে প্ৰস্তুত কৰিব। এই সকলোবোৰ কথাই আপোনাক বহুত সহায় কৰিব।

ডাঙৰ সন্তানে নিজৰ দায়িত্ব ল’ব

যেতিয়ালৈকে আপুনি এগৰাকী একক সন্তানৰ মাতৃ আছিল তেতিয়ালৈকে শিশুটি সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰশীল আছিল। দ্বিতীয় সন্তান অহাৰ পিছত প্ৰথম সন্তানে নিজৰ দায়িত্বৰ প্ৰতি সচেতন হৈ পৰে। ৯ৰ পৰা ১০ বছৰীয়া শিশুৱে নিজৰ সৰু সৰু কামবোৰ নিজেই কৰিবলৈ আৰম্ভ কৰে।

গুণগত সময় পোৱা যায়

প্ৰথম সন্তান জন্ম হোৱাৰ পিছত পিতৃ-মাতৃয়ে গুণগত মানসম্পন্ন সময় হেৰুৱাই পেলায়। যদি দুটা সন্তানৰ মাজত ৫ৰ পৰা ১০ বছৰৰ ব্যৱধান থাকে তেন্তে পিতৃ-মাতৃয়ে একেলগে মানসম্পন্ন সময় কটাব পাৰে। কেইবছৰমানৰ ব্যৱধানত দ্বিতীয় সন্তান জন্ম দিলে সন্তান লালন-পালনত বহু সময় কটাব লাগিব।

বি:দ্ৰ: WHO ৰ মতে দুটা শিশুৰ মাজত কমেও ২৪ মাহৰ ব্যৱধান থাকিব লাগে। যদি আপুনি কোনো বিশেষ কাৰণত ২ বছৰৰ পিছত দ্বিতীয় সন্তান নিবিচাৰে তেন্তে কিছু সময় অপেক্ষা কৰিব পাৰে। বয়সত প্ৰসৱৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd