অবৈধ ৰেট হল মাইনিঙৰ ওপৰত তীক্ষ্ণ দৃষ্টি! অসম চৰকাৰৰ ৭ টা বিভাগলৈ নিজাববীয়াকৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
অসমত চলি থকা অবৈধ ৰেট হল মাইনিং সম্পৰ্কত অসম চৰকাৰ ৭ টা বিভাগলৈ নিজাববীয়াকৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।...
Read moreঅসমত চলি থকা অবৈধ ৰেট হল মাইনিং সম্পৰ্কত অসম চৰকাৰ ৭ টা বিভাগলৈ নিজাববীয়াকৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।...
Read moreৰোগীৰ মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ কৰ্ণাটক চৰকাৰে নিৰ্দেশিকা জাৰি কৰিছে। বৃহস্পতিবাৰে জাৰি কৰা হৈছে এই...
Read moreআমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত বিমান দুৰ্ঘটনাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে দেশখনত আন এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। খবৰ...
Read moreবেটিং ব্যৰ্থতা চম্ভালি হাৰ্দিক আৰু শিৱমে অনবদ্য যুঁজ দিছিল। আনহাতে বিষ্ণোই আৰু বৰুণৰ বলিং আছিল আকৰ্ষণীয়। চতুৰ্থ টি-২০ত ইংলেণ্ডে ভাৰতৰ...
Read moreতামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সমীপৰ দাওৰিজাৰ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় তাৰমণি বৰ্মন নামৰ এগৰাকী ৬২ বছৰীয়া মহিলা। জানিব...
Read more২০২৫–২০২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে নতুন সমিতিৰ গঠন কৰাৰ লগতে ২০২৬ চনত বেংগালুৰুত ২৫ সংখ্যক বিহু উদযাপনৰ পৰিকল্পনা উন্মোচন কৰিছে অসম...
Read moreভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন(ডিৱাইএফআই)ৰ অসম ৰাজ্যিক সমিতিয়ে লক্ষ্য কৰিছে যে জলপৰিবহণৰ লগত জড়িত অসম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডেভেলপমেণ্ট ছ'চাইটি (এ...
Read moreধৰ্ষণৰ গোচৰৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। ধৰ্ষণৰ অভিযোগত অভিযুক্ত হোৱাৰে পৰা ধৰ্ষণকাৰীক ৰক্ষণা-বেক্ষণ দিয়ালৈকে সকলোতে বিজেপি নেতাই...
Read moreশুকুৰবাৰে পুৱা গুৱাহাটী ৰে’ল ষ্টেচনত শিলচৰ – ছেকেণ্ডৰাবাদ এক্সপ্ৰেছত যাত্ৰা কৰা এজন যাত্ৰীৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনী আৰু নিচাযুক্ত দ্ৰব্য...
Read moreকেন্দ্ৰৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) হাৰৰ নিম্নগামী ধাৰাৰ ইংগিত দেখা গৈছে। তাত উল্লেখ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd