• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত পুনৰ বিমান দুৰ্ঘটনা, এইবাৰ শ্বপিং মলৰ কাষতে ভাঙি পৰিল বিমান!(চাওক ভিডিঅ’)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 9:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত বিমান দুৰ্ঘটনাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে দেশখনত আন এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি আমেৰিকাৰ ফিলাডেলফিয়াত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ অগ্নিকাণ্ড সংঘটিত হয়। কমেও দুজন যাত্ৰী থকা বিমানখন শ্বপিং মলৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়।

এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হ’ব পাৰে বুলি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰিছে। ইফালে, ফিলাডেলফিয়া অফিচ অৱ ইমাৰ্জেন্সি মেনেজমেণ্টে ছ’চিয়েল মিডিয়াত নিশ্চিত কৰিছে যে দুৰ্ঘটনাস্থলীত এটা “বৃহৎ কাণ্ড” সংঘটিত হৈছে যদিও ইয়াৰ বিষয়ে অধিক সবিশেষ প্ৰকাশ কৰা নাই।

Apply Now

বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত চহৰখনৰ জৰুৰীকালীন ব্যৱস্থাপনা কাৰ্যালয়ে এক্সত লিখিছে, “উত্তৰ-পূব ফিলাডেলফিয়াৰ কটমেন আৰু বাষ্টলেটন এভিনিউৰ ওচৰত, ৰুজভেল্ট মলৰ বিপৰীতে এটা ডাঙৰ কাণ্ড সংঘটিত হৈছে। ৰুজভেল্ট বলিভাৰ্ডৰ কিছু অংশকে ধৰি অঞ্চলটোৰ পথসমূহ বন্ধ কৰি দিয়া হয়। সদ্যহতে সেই অঞ্চলটো এৰাই চলিব।”

ইফালে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এক ভিডিঅ’ত দেখা গৈছে যে বিমানখন লানি লানিকৈ থকা ঘৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাস্থলীত কেইবাজনো অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন বিভাগৰ কৰ্মী আছে।

বিমানৰ তথ্য অনুসৰি স্থানীয় বিমানবন্দৰৰ পৰা ৬:০৬ বজাত এখন সৰু বিমান উৰা মাৰিছিল আৰু প্ৰায় ৩০ ছেকেণ্ডৰ পিছত ৰাডাৰৰ পৰা নোহোৱা হৈ ১৬০০ ফুট উচ্চতালৈ উঠিছিল। নৰ্থ-ইষ্ট ফিলাডেলফিয়া বিমানবন্দৰৰ পৰা প্ৰায় ৪.৮ কিলোমিটাৰ দূৰত্বত দুৰ্ঘটনাস্থলীটো অৱস্থিত।

স্থানীয় এজন বাসিন্দাই এ পি নিউজ এজেন্সীক এই দুৰ্ঘটনা সন্দৰ্ভত জনাইছে যে ‘এটা প্ৰচণ্ড শব্দ শুনি তেওঁৰ ঘৰ কঁপি উঠিল। ডাঙৰ বিস্ফোৰণ হৈছিল, গতিকে এক চেকেণ্ডৰ বাবে মই ভাবিছিলো যে আক্ৰমণ হৈছে।’

🚨 WOW! Dashcam footage of the jet crashing into a high traffic area in Philadelphia

This is INSANE to watch. pic.twitter.com/saLyi0Z4Ga

— Nick Sortor (@nicksortor) February 1, 2025

কিছুদিন পূৰ্বে ৱাশ্বিংটন ডি চিৰ সমীপৰ ৰ’নাল্ড ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন সামৰিক হেলিকপ্টাৰ যাত্ৰীবাহী বিমানৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। তাক লৈ আমেৰিকাত তোলপাৰ লাগিছে। সেই দুৰ্ঘটনাত বিমানখনত থকা ৬৪ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। মাজ আকাশত হেলিকপ্টাৰৰ সৈতে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন নদীত পৰে। ইফালে সামৰিক হেলিকপ্টাৰখনত থকা তিনিজন লোকৰো মৃত্যু হয়।

এই দুৰ্ঘটনাক লৈ বৰ্তমান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পূৰ্বৰ বাইডেন আৰু ওবামা প্ৰশাসনৰ নীতিক দোষাৰোপ কৰি আক্ৰমণ চলাইছে। ইফালে, কেনেদৰে এখন হেলিকপ্টাৰ আৰু এখন বিমান আকাশত একে উচ্চতাত থাকিল আৰু কিয় এই দুৰ্ঘটনা সংঘটিত হ’ল, সেই বিষয়ে বিতং তদন্ত আৰম্ভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd