উত্তৰ-পূব

অসম-মিজোৰাম সীমান্তৰ অবৈধ নিৰ্মাণ পৰিদৰ্শন আৰম্ভ যৌথ সমিতিৰ

অসম আৰু মিজোৰামৰ বিষয়া তথা নাগৰিক সংগঠনৰ সদস্যৰে গঠিত যৌথ সমিতিয়ে বৃহস্পতিবাৰে অসম-মিজোৰাম আন্ত:ৰাজ্যিক সীমান্তৰ ৬৪.৬ কিলোমিটাৰ অঞ্চলত অবৈধ নিৰ্মাণ...

Read moreDetails

বোকাখাতক শুকুলা নগৰী কৰি তোলাৰ লক্ষ্যৰে প্ৰশাসনৰ হোৱাইট ৱাচ

বিহুৰ সময়তে বোকাখাত নগৰখনক সজাই তুলিবৰ বাবে নতুন পদক্ষেপ লৈছে বোকাখাত মহকুমা প্ৰশাসনে ৷ নুমলীগড় শোধনাগাৰৰ সহযোগত নগৰখনত আৰম্ভ কৰা...

Read moreDetails

অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী : উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

বৰ্তমান দেশৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ে  ৫০ বছৰত ভৰি দিছে। ১৯৬৯ চনত মাত্ৰ ২খন মহাবিদ্যালয়ক লৈ...

Read moreDetails

আধাৰ কাৰ্ড লাভ কৰা অবৈধ প্ৰব্ৰজনকাৰীৰ সৱিশেষ জনাবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰৰ আহ্বান

সীমান্তৰ সিপাৰৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰাৰ বাতৰিৰ পিছত বিষয়টো সম্পৰ্কত গভীৰ চিন্তা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।...

Read moreDetails

কলিয়াবৰত জাতীয় স্বাভিমান ৰক্ষাৰ সামূহিক প্ৰচেষ্টা জাতীয় সংগঠনৰ

সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা , কলিয়াবৰ চিলাবন্ধাৰ শিপিনী গাওঁ, কনকলতা বোঁৱাকটা সমবায় সমিতি, বেঙেনাআটি বড়ো মহিলা সমাজ...

Read moreDetails

তিতাবৰ নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ আবু নাছিৰ আহমেদক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

যোৰহাট আৰক্ষীয়ে বৃহস্পতিবাৰে তিতাবৰ নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ আবু নাছিৰ আহমেদক চৰকাৰী পুঁজিৰ আত্মস্যাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি আহমেদে...

Read moreDetails

ৰাজ্যপালৰ হাফলং ভ্ৰমণত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ

পোন প্ৰথম বাৰৰ বাবে হাফলঙৰ ৰাইজ ভিভিআইপিৰ ভ্ৰমণত হাৰাশাস্তি ভুগিব লগা হ’ল যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰৰ দিনটোত। বুধবাৰে দুদিনীয়া ভ্ৰমণ সূচী...

Read moreDetails

কলিয়াবৰৰ বৰঘুলী শিলঘাট- ধিং মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বাৰিষা সমাগত, কিন্তু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ৰাজ্যৰ বহু মথাউৰিৰ মেৰামতিৰ কাম। বিপদসংকুল পৰিস্থিতিৰ মাজত দিন অতিবাহিত কৰিছে নৈপৰীয়া...

Read moreDetails

শনিবাৰে গেংটকত অনুষ্ঠিত হ’ব ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল

শনিবাৰে গেংটকৰ পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ১ম ড০ ভীমৰাও আম্বেদকাৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন ছিকিম আৰক্ষী বনাম  ছিকিম আক্ৰমণ ফুটবল...

Read moreDetails

গোলোক চন্দ্র গোস্বামীলৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য বটাঁ

অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা বিশিষ্ট বৰঙণিৰ বাবে গৱেষক, পণ্ডিত গোলোক চন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য...

Read moreDetails
Page 2477 of 2572 1 2,476 2,477 2,478 2,572

Stay Connected

Recent News