• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ বৰঘুলী শিলঘাট- ধিং মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
April 13, 2018 6:47 am
IMG-20180412-WA0045
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষা সমাগত, কিন্তু এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ৰাজ্যৰ বহু মথাউৰিৰ মেৰামতিৰ কাম। বিপদসংকুল পৰিস্থিতিৰ মাজত দিন অতিবাহিত কৰিছে নৈপৰীয়া বাসিন্দাসকলে। এপিনে পদুলিমুখত বাৰিষা, আনহাতে মথাউৰি নিৰ্মাণত ঠিকাদাৰে দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

ৰাজ্যৰ আন ঠাইৰ মথাউৰিৰ কথাটো বাদেই, খোদ জলসম্পদ মন্ত্ৰীৰ গৃহসমষ্টিতে সম্পুৰ্ণ হোৱা নাই মথাউৰি মেৰামতিৰ পুনৰ্নিৰ্মাণৰ কাম।

Apply Now

হাতীমুৰাৰ পিচত কলিয়াবৰৰ বৰঘুলীত মথাউৰি মেৰামতিত ব্যৱহাৰ কৰা হৈছে নিম্ন মানৰ সা-সামগ্ৰী। বৃহত্তৰ অঞ্চলক ব্ৰহ্মপুত্ৰ বানৰ পৰা ৰক্ষা কৰিবলৈ অব্যাহত থকা শিলঘাট-ধিং মথাউৰি মেৰামতিত ব্যৱহাৰ কৰা হৈছে নৈৰ বালিমাটি।  অঞ্চলটোত চলি  থকা ১৮৮৮ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি মেৰামতিত ঠিকাদাৰে আলতীয়া মাটিৰ বিপৰীতে ব্যৱহাৰ কৰিছে নৈ-কাষৰীয়া বালিয়া মাটি। বিভাগীয় নীতি-নিৰ্দেশনা অমান্য কৰি ঠিকাদাৰে চলাই গৈছে মথাউৰি মেৰামতিৰ কাম।

জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্ধাৰিত বহল আৰু উচ্চতা অনুসৰি হোৱা নাই মথাউৰিৰ পুনঃনিৰ্মাণৰ কাম-কাজ। মুঠৰ ওপৰত ৰাইজৰ সমস্যাক আওকাণ কৰি এতিয়া মুনাফা লুটাত ব্যস্ত  ঠিকাদাৰসকল। ইপিনে কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ জলসম্পদ বিভাগ।

বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত বিস্তৰ ক্ষতি হোৱা কলিয়াবৰৰ বৰঘুলী অঞ্চলক বানৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে তিনি কোটি টকা ব্যয়ৰে মথাউৰি মেৰামতিৰ কাম অব্যাহত ৰাখিছে জলসম্পদ বিভাগে। কিন্তু , ঠিকাদাৰপক্ষৰ নিম্মমানৰ কাম-কাজে শংকিত কৰিছে অঞ্চলবাসীক,হয়তো নিম্নমানৰ এই মথাউৰিৰ বাবে পুনৰ বানত ককবকাব লাগিব বৃহত্তৰ বৰঘুলী অঞ্চলৰ বাসিন্দাই।

আনহাতে, বিহডুবি গাখীৰখাইতি গাঁৱত নিৰ্মাণ কৰি থকা বান্ধটো কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে পৰিদৰ্শন কৰাৰ পিছত বন্ধ কৰাৰ নিৰ্দেশ দিছে। নিৰ্মাণত ব্যৱহাৰ কৰা নিম্ন মানৰ মাটিৰ বাবে বাৰিষা বানপানীৰ সময়ত বান্ধ ভাগি পৰাৰ আশংকা প্ৰকাশ কৰি বিষয়াগৰাকীয়ে বান্ধটোৰ কাম বন্ধ কৰাৰ নিৰ্দেশ দিছে।

এইক্ষেত্ৰত ঠিকাদাৰ কেইজনে সেই স্থানত বান্ধৰ কাম আৰম্ভ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কলিয়াবৰ- উলুৱনি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিছে।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd