• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যপালৰ হাফলং ভ্ৰমণত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 13, 2018 7:39 am
20180411_115956
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোন প্ৰথম বাৰৰ বাবে হাফলঙৰ ৰাইজ ভিভিআইপিৰ ভ্ৰমণত হাৰাশাস্তি ভুগিব লগা হ’ল যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰৰ দিনটোত। বুধবাৰে দুদিনীয়া ভ্ৰমণ সূচী লৈ হাফলঙত উপস্থিত হৈছিল অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। উক্ত দিনা হাফলঙত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পূৰ্বৰে পৰা বৃহস্পতিবাৰে বিয়লি দুই বাজি ত্ৰিচ মিনিটলৈকে ৰাজ্যপালৰ উপস্থিতিত সাধাৰণ ৰাইজৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈকে সকলোৱে জ্বলা-কলা খাবলগীয়া হ’ল।

ৰাজ্যপালগৰাকীয়ে অনুষ্ঠানত যোগ দিয়াৰ বাবে ওলোৱাৰ প্ৰায় এঘণ্টা আগৰ পৰা ৰাজপথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়। বুধবাৰে চৰকাৰী বাগানৰ আছাম ৰাইফলছৰ হেলিপেডৰ পৰা হাফলং আৱৰ্ত ভৱনলৈ অহাৰ পূৰ্বে ৰাজপথ আগতীয়াকৈ খালী কৰি দিয়াৰ লগতে সন্ধিয়া আছাম ৰাইফলছত নৈশ আহাৰৰ বাবে যোৱাৰ সময়তো ৰাইজে চলাচল কৰাৰ ব্যস্ত পথ ৰাজ্যপাল যোৱাৰ প্ৰায় চল্লিচ মিনিট পূৰ্বেই বন্ধ কৰি দিয়া হয়।

Apply Now

এনে পৰিস্থিতিত সাধাৰণ ৰাইজ সমস্যাত ভুগিব লগা হয়। বুধবাৰে সন্ধিয়া এগৰাকী স্কুলীয়া ছাত্ৰী  ৰাজ্যপালৰ যোৱাৰ কাৰণে ৰাজপথ খালী কৰাই দিয়াত সমস্যাত পৰিব লগা হয়। কিয়নো সেই সময়ত অট’ৰিক্সা এখনো ৰাজপথত নাছিল।

20180412_140422

বৃহস্পতিবাৰে পুৱা আৰু বিয়লিও হাৰাশাস্তিৰ সম্মুখীন হয় সাধাৰণ ৰাইজৰ লগতে হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক। ৰাতিপুৱা জায়ন গাঁৱত ৰাজ্যপালৰ ভ্ৰমণ সূচী থকাৰ বাবে যানজঁটৰ সৃষ্টি হয়। প্ৰায় এঘণ্টা কাৰণে ৰাজপথ বন্ধ হৈ পৰে। ইয়াৰ পিছত আকৌ বিয়লি এক বাজি পঞ্চাচ মিনিটৰ পৰা দুই বাজি ত্ৰিচ মিনিটলৈকে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়।

কেন্দ্ৰীয় বিদ্যালয় ছুটী হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ সকল অকল ৰাজ্যপালৰ বাবে মুকলি আকাশৰ তলত ৰৈ থাকিব লগা হ’ল। হাফলং চহৰৰ সচেতন ৰাইজৰ অভিযোগ যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভি আই পি সংস্কৃতিৰ বিৰুদ্ধে মাত মতাৰ সময়তে অসমৰ ৰাজ্যপাল মুখীৰ ভ্ৰমণত বিপৰীত ছবিহে দেখা পালে ৰাইজে। ইয়াৰ আগতে একাধিক বাৰ ৰাজ্যপাল বা মুখ্য মন্ত্ৰী হাফলং ভ্ৰমণলৈ আহোতে ৰাইজৰ কোনো সমস্যা হোৱা নাছিল।

বুধবাৰে আৱৰ্ত ভৱনত ৰাজ্যপালে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলৰ সৈতে অনুষ্ঠিত বৈঠকত কয় যে বেছি লিখা-পঢ়াৰ প্ৰয়োজন নাই। তেওঁ ক্লাছ টেন পাচ কৰি আইটিআইত নামভৰ্তিৰ  পৰামৰ্শ আগ বঢ়ায়।

তাৎপৰ্যপূৰ্ণভাৱে, ৰাজ্যপালগৰাকীয়ে ডিএইচডিৰ উভয় গোটৰ লগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাক্ষৰিত চুক্তিৰ বিষয়ে নাজানে বুলি ডিএইচডিৰ প্ৰাক্তন মুৰব্বী দিলীপ নুনিচাক জনায়। আনকি পাহাৰৰ মাজেদি যোৱা ইষ্ট-ৱয়েষ্ট কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিষয়ে নাজানে বুলিও ৰাজ্যপালগৰাকীয়ে  দল সংগঠনৰ সৈতে হোৱা বৈঠকত ব্যক্ত কৰে।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd