উত্তৰ-পূব

নিয়কুম য়ুল’উ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিয়কুম য়ুল’উ উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক, বিশেষকৈ নিয়িশিসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। নিয়কুম য়ুল’উ উৎসৱ ৰাজ্যখনৰ নিয়িশি সম্প্ৰদায়ৰ...

Read moreDetails

অসমৰ লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া গ্ৰন্থৰ পটভূমি বিটিএডি

বিশিষ্ট ভাৰতীয় ইংৰাজী লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া চুটি গল্পৰ সংকলন ‘’পীচ হেছ কাম’’ত অসমৰ সন্ত্ৰাস অধ্যুষিত বিটিএডি অঞ্চলত বাস কৰা...

Read moreDetails

দৰঙত বজ্ৰপাতত ২০ বছৰীয়া মহিলাৰ মৃত্যু, দুটি শিশুকে ধৰি আহত ৩ জন

দৰং জিলাৰ দলগাওঁ ৰাজহ চক্ৰৰ অধীনৰ শ্যামপুৰ আৰু বৰইপাৰা গাঁৱত সোমবাৰে ৰাতিপুৱা সংঘটিত হোৱা বজ্ৰপাতত ২ নং শ্যামপুৰ গাঁৱৰ চৈয়দা...

Read moreDetails

বিজেপি আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰে দুই পিঠি বুলি মন্তৱ্য কৰিছে বদৰুদ্দিন আজমলে

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইইউডিএফ)ৰ মুৰব্বী বদৰুদ্দিন আজমলে মন্তৱ্য কৰিছে যে হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ স্থিতি ‘’একেটা...

Read moreDetails

বাইচুং ভূটীয়াই আজি এৰিলে তৃণমূল কংগ্ৰেছ : এতিয়ালৈকে আন দলত যোগ দিয়া নাই

প্ৰখ্যাত ফুটবল খেলুৱৈ, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই আজি তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰিছে। ফে’চবুক যোগে তৃণমূল ত্যাগ...

Read moreDetails

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দৌল মহোৎসৱ

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈকে পাঁচদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। প্ৰচাৰ, সাংস্কৃতিক বিভাগ,...

Read moreDetails

গ্রীন অস্কাৰ বিজয়ী পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়াবাসীৰ সম্বৰ্ধনা

হাড়গিলা সংৰক্ষণৰ পদক্ষেপৰ জৰিয়তে গ্ৰীন অস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়া গাঁওবাসীয়ে তেওঁৰ কৃতিত্বৰ বাবে ৰাজহুৱা...

Read moreDetails

ত্ৰিপুৰাৰ ছটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্রক্রিয়া আৰম্ভ

সদ্যসমাপ্ত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ইভিএম বিসংগতিকে আদি কৰি আন্যান্য কিছু অভিযোগৰ ভিত্তিত ছটাকৈ ভোট কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ...

Read moreDetails

এমটিভিৰ ছুপাৰ ফাইট লীগত উজলিছে অসম সন্তান ভৱজিত

নিজস্ব সাধনা আৰু কঠিন পৰিশ্ৰমেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে একৰাগী অসম সন্তান। বজালী মহকুমাৰ পাটাচাৰকুছিৰ সমীপৰ চৌধুৰীপাৰাৰ যুৱক...

Read moreDetails

য়ু পি এ’ চৰকাৰে ২জি কেলেংকাৰীৰ বাবে মন্ত্ৰীকে গ্ৰেপ্তাৰ কৰিছিল, দুৰ্নীতিক লৈ মোদী এতিয়া নীৰৱ কিয় : কংগ্ৰেছ নেতা গুলাম নবী

কংগ্ৰেছ নেতা গুলাম নবী আজাদে আজি গুৱাহাটীত এক সংবাদ মেলত বিজেপি চৰকাৰৰ দিনত দেশৰ দুৰ্নীতিৰ ‘আন্তৰ্জাতিকীকৰণ’ হোৱা বুলি অভিহিত কৰে।...

Read moreDetails
Page 2531 of 2565 1 2,530 2,531 2,532 2,565

Stay Connected

Recent News