• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এমটিভিৰ ছুপাৰ ফাইট লীগত উজলিছে অসম সন্তান ভৱজিত

NE NOW NEWS এন ই নাও নিউজ
বজালী , February 26, 2018 4:15 pm

1 min read

Pics
83
VIEWS
Share on FacebookShare on Twitter

নিজস্ব সাধনা আৰু কঠিন পৰিশ্ৰমেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে একৰাগী অসম সন্তান।

বজালী মহকুমাৰ পাটাচাৰকুছিৰ সমীপৰ চৌধুৰীপাৰাৰ যুৱক ভৱজিৎ চৌধুৰীয়ে মুম্বাইত চলি থকা এম টি ভি ছুপাৰ ফাইট লীগত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ইতিমধ্যে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে ভৱজিৎ চৌধুৰীয়ে মুম্বাইত চলি থকা  এম টি ভি ছুপাৰ ফাইট লীগত গুজৰাট ৱাৰিয়াৰ্ছৰ অধিনায়ক হিচাপে প্ৰদৰ্শন আগবঢ়াইছে। ইতিমধ্যে ভৱজিতে ১৭ ফেব্ৰুৱাৰিত তেওঁৰ প্ৰথমখন মেচতে প্ৰতিভাৰ পৰিচয় দি কঠিন প্ৰতিদ্বন্দ্বী তামিল ভেৰনাছক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

জীৱনৰ বহু ঘাত প্ৰতিঘাত নেওচি ভৱজিতে এতিয়া সাজু হৈছে তেওঁৰ পৰৱৰ্তী মেচলৈ। অহা ৩ মাৰ্চত  ইউ পি নাওৱাবাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভৱজিৎ। দ্বিতীয় ৰাউণ্ডডৰ এই মেচখনৰ বাবে এতিয়া কঠিন প্ৰস্তুতিত ব্যস্ত আছে খেলুৱৈগৰাকী।

উল্লেখ্য যে ২০১২ চনৰ পৰা কুংফু, টাইকোৱানডো আদিৰ দৰে সমৰকলাৰ সাধনাত পেছাদাৰীভাৱে ব্যস্ত থকা এইগৰাকী খেলুৱৈৱে ইতিমধ্যে দেশৰ ভিন্ন প্ৰতিযোগিতাত ভাগ লৈ বিভিন্ন পদক লাভৰ জৰিয়তে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় স্তৰৰ এই প্ৰতিযোগিতাত ভৱজিতৰ সফলতা কামনা কৰিছে সকলোৱে।

Recent News

doraemon-nobita-shizuka

লাই হালে জালে ফুল চন্দন তুলসী… সম্পন্ন হ’ল Doraemon ৰ নবিটা-ছিজুকাৰ বিয়া!

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামাৰে ৰে’লৰ নামাকৰণ ভাৰতীয় ৰে’লৱেৰ

Himanta-Pratibandhi

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ হাজাৰ হাজাৰ প্ৰতিবন্ধীৰ; কিন্তু কিয়?

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত গোৱালপাৰাত সজাগতা সমদল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd