উত্তৰ-পূব

হাতীগাঁৱৰ ব্যৱসায়ী হত্যাক লৈ কংগ্ৰেছৰ সভাস্থগিত প্ৰস্তাৱ নাকচ অধ্যক্ষৰ

গুৱাহাটীৰ হাতীগাঁৱত ২১ ফেব্ৰুৱাৰীৰ দিনা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ব্যৱসায়ী হেমন্ত চৌচাৰিয়াৰ বিষয়টোক লৈ কংগ্ৰেছে বৃহস্পতিবাৰে বিধানসভাত সভাস্থগিত প্ৰস্তাৱ...

Read moreDetails

খোৱাপানীৰ যোগান নাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰত-ভূটান সীমান্তৰ গাওঁবাসীৰ

উপযুক্ত খোৱা পানীৰ নাটনিৰ বাবে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিখোলা গাওঁৰ বাসিন্দা সকলে অসম চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী...

Read moreDetails

উত্তৰ-পূবৰ জনজাতিসকল আন সম্প্ৰদায়ৰ বাবে আদৰ্শ : ড০ জিতেন্দ্ৰ সিং

উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সম্প্ৰদায়সমূহে তেওঁলোকৰ সংশ্লিষ্ট কাৰ্য ক্ষেত্ৰসমূহত পাৰদৰ্শিতা অৰ্জন কৰিছে আৰু সমাজৰ আন সম্প্ৰদায়ৰ বাবে আৰু তথাকথিত মুলসুঁতিৰ বাবে আদৰ্শ...

Read moreDetails

অসমৰ নতুন মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাসে

অসমৰ অতিৰিক্ত মুখ্য সচিব টি ওৱাই দাস ৰাজ্যখনৰ নতুন মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। দাসে বৰ্তমানৰ মুখ্য সচিব ভি কে...

Read moreDetails

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে অধ্যাপক ৱিনোদ কুমাৰ জৈনে

অধ্যাপক ৱিনোদ কুমাৰ জৈনে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত...

Read moreDetails

নাবালিকাক চুমা খাই বিতৰ্কত পাপন : পাপনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অনুৰাগীৰ এজাহাৰ

ৰিয়েলিটি শ্ব' এটাৰ শ্বুটিঙৰ সময়ত এগৰাকী নাবালিকক চুমা খাই অসমৰ এগৰাকী জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্ত তীব্ৰ বিতৰ্কৰ মাজত সোমাই...

Read moreDetails

মুকলি ষ্টেডিয়ামত ক্ৰীড়া-ভিন্ন আন কাৰ্যকলাপ অনুষ্ঠিত কৰাৰ অনুমতি নিদিয়ে ডিব্রুগড় ক্ৰীড়া সংস্থাই

ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা (ডিডিএছএ) ই আজি স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা মুকলি ষ্টেডিয়ামখন আন কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ...

Read moreDetails

গুৱাহাটীত অনুষ্ঠিত হৈছে উইমেন ইক’নমিক ফ’ৰামৰ আঞ্চলিক সন্মিলন

২১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে উইমেন ইক’নমিক ফ’ৰামৰ আঞ্চলিক সন্মিলন। এই আঞ্চলিক অধিৱেশনখনৰ বিষয়বস্তু হৈছে...

Read moreDetails

সেনাৰ সূত্ৰ মতে মুৰব্বী বিপিন ৰাৱাটৰ মন্তৱ্য ‘ৰাজনৈতিক বা ধৰ্মীয়’ নহয় : প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বদৰুদ্দিন আজমলেও

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটে অসমৰ কেইবাখনো জিলাত মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱা আৰু বদৰুদ্দিন আজমলৰ নেতৃত্বৰ অল ইণ্ডিয়া ডেম’ক্ৰেটিক ফ্ৰন্ট...

Read moreDetails

নাগালেণ্ডৰ নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ বন্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

উত্তৰ পূবত বিজেপিৰ ভেটি শক্তিশালী কৰিবলৈ চলোৱা মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি নাগালেণ্ডৰ টিৱেনচাঙত বিজেপিৰ এক বিশাল সমাৱেশক...

Read moreDetails
Page 2535 of 2565 1 2,534 2,535 2,536 2,565

Stay Connected

Recent News