উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰি নতুন দিল্লীয়ে ১০ কোটি টকাৰে ২০১৮ ৰ ব্যাপক ব্যঘ্ৰ পিয়ল অনুশীলনৰ কাম আৰম্ভ কৰিছে। এইবাৰ...
Read moreDetailsমেঘালয়ত আসন্ন বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় জনতা দলে কংগ্ৰেছ দলৰ বিৰুদ্ধে এক ‘অভিযোগনামা’ প্ৰকাশ কৰি উলিয়াইছে। কংগ্ৰেছৰ...
Read moreDetailsশিৱসাগৰ জিলাৰ ডিমৌত অৱস্থিত আহোম ৰাজত্বকালৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰ আৰু ডিমৌ জান বেদখলমুক্ত কৰাৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ...
Read moreDetails৬০ জনীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা ২৫৭ খন মনোনয়নৰ পৰীক্ষণৰ পিছত বৃ্হস্পতিবাৰে ২২৭ খন বৈধ ঘোষিত হৈছে। ২২...
Read moreDetailsশাসকীয় ভাৰতীয় জনতা দলৰ বিধায়ক কংখাম ৰবীন্দ্ৰো সিং একাদশ মণিপুৰ ৰাজ্য বিধানসভাৰ নতুন উপাধ্যক্ষ হিচাপে বৃহস্পতিবাৰে নিৰ্বাচিত হয়। কংখাম ৰবীন্দ্ৰো...
Read moreDetailsবৃহস্পতিবাৰে ঢাকাৰ এখন আদালতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দলৰ নেত্ৰী খালেদা জিয়াক দুৰ্নীতিৰ এক গোচৰত ৫ বছৰৰ বাবে কাৰাদণ্ড...
Read moreDetailsইতিহাসৰ স্নাতক এগৰাকী কৃষক মোহন চন্দ্ৰ বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো থলুৱা জাতৰ বীজ সংৰক্ষণৰ লাইব্ৰেৰী স্থাপনৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। অঞ্চলটোৰ জলবায়ুৰ...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ছোৱাত বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাজ্যখনৰ জনসাধাৰণক পৰিৱৰ্তনৰ বাবে ভোট...
Read moreDetailsবোকাখাতত অচিৰেই পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ এখন বিদ্যালয় স্থাপন হব বুলি আজি ঘোষণা কৰে বিভাগটোৰ সঞ্চালক ডাঃ অনুপ দাসে ৷...
Read moreDetailsঅসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ, বিপণন আৰু পেকেজিহে কংগ্ৰেছৰ বাবে সাময়িক ব্যৰ্থতা সৃষ্টি কৰিব...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd