উত্তৰ-পূব

এডভান্টেজ আছামে প্রদূষণমুক্ত ঔদোগীকৰণৰ বাবে প্ৰয়াস চলাব

বৰ্তমান গুৱাহাটীত চলি থকা বিশ্ব বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম’ এ বিশ্বৰ আটাইতকৈ প্ৰদূষণ মুক্ত দেশ ভূটানৰ লেখীয়াকৈ ‘প্ৰদূষণ মুক্ত ঔদ্যোগীকৰণৰ...

Read moreDetails

বিশ্ব বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম’ৰ বাবে গুৱাহাটীত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিশিষ্ট ব্যক্তিসকল

দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছাম বৰ্তমান সৰুসজাই ষ্টেডিয়ামত চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি আন বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত...

Read moreDetails

বিশ্ব বিনিয়োগ সন্মিলন চলি থকাৰ সময়তে আৰ্টফেডৰ গামোচা বিক্ৰীৰ অভিলেখ

আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এড্‌ভাণ্টেজ আছাম গ্ল’বেল ইন্‌ভেষ্টমেণ্ট শীৰ্ষ সন্মিলনৰ বাবে মহানগৰীক ন-ৰূপত সজাই তোলা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ...

Read moreDetails

অসমৰ প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাচাৰ দেহাৱসান

ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসমৰ প্ৰাক্তন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাচাৰ শনিবাৰে ৰাতিপুৱা দেহাৱসান ঘটে। তেওঁ দীৰ্ঘদিন ধৰি অসুখত...

Read moreDetails

মেঘালয় বিধানসভাৰ পৰা সদস্যৰ পদত্যাগৰ জোৱাৰ অব্যাহত

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ মওহাটি সমষ্টিৰ নিৰ্দলীয় বিধায়ক জুলিয়াছ কিটবক ডৰফাঙে শুকুৰবাৰে মেঘালয় বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ...

Read moreDetails

ৰাজ্যপাল হেপতুল্লাৰ ভাষণেৰে মণিপুৰ বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

চীঙমেইৰং বিধানসভা চৌহদত মণিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনা শুকুৰবাৰে ৰাজ্যখনৰ ৰাজ্যপাল নাজমা হেপতুল্লাই ভাষণ দিয়ে। তেওঁৰ ভাষণত ৰাজ্যপাল...

Read moreDetails

মৃত্যু বাৰ্ষিকীত ‘’অসমৰ মহাত্মা গান্ধীলৈ’’ শ্ৰদ্ধাঞ্জলি যোৰহাটবাসীৰ

ৰাজ্যবাসীয়ে পাহৰিলেও যোৰহাটৰ নাগৰিক সংগঠন’চিটিজেন ফৰাম’ৰ উদ্যোগত এমুঠিমান মানুহে অসমৰ মহাত্মা গান্ধী হিচাপে খ্যাত কৃষ্ণনাথ শৰ্মাক সোঁৱৰণ কৰিলে। শুকুৰবাৰে তেওঁৰ...

Read moreDetails

অসমত এপ্ৰিলত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

অহা এপ্ৰিল মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এপ্ৰিলৰ অন্তিম ভাগত দুটা বা তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।...

Read moreDetails

গুৱাহাটীৰ মেট্ৰ’ কমিউনিটিয়ে অনুষ্ঠিত কৰিব লিংগ সমতাৰ বিষয়ে মুকলি আলোচনা

গুৱাহাটী মেট্ৰ’ কমিউনিটিয়ে ‘চি ফৰ চেইঞ্জ’ৰ সহযোগত অহা ৫ ফেব্ৰুৱাৰীত লিংগ সমতাৰ বিষয়ত এখন মুকলি আলোচনা চক্ৰ আৰু ‘চি টক্চ’...

Read moreDetails

মাইবাং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা প্ৰশাসনৰ

যোৱা ২৫ জানুৱাৰীৰ মাইবাং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ডিমা হাচাও জিলা প্ৰশাসনে। কৰিমগঞ্জ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰঞ্জিতকুমাৰ...

Read moreDetails
Page 2552 of 2564 1 2,551 2,552 2,553 2,564

Stay Connected

Recent News