উত্তৰ-পূব

মণিপুৰত গঠন কৰা হ’ব বন সুৰক্ষা বাহিনী

মণিপুৰৰ বন বিভাগে এটা বন সুৰক্ষা বাহিনী (এফপিএফ) গঠন কৰাৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ...

Read moreDetails

এল জি বি আই বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰী গজপথি ৰাজুৱে

কেন্দ্ৰীয় অসামৰিক পৰিবহন বিভাগৰ মন্ত্ৰী পি অশোক গজপথি ৰাজুৱে দেওবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল বিল্ডিঙৰ...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগ ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এপ মুকলি

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এটা এপ মুকলি কৰা হৈছে। এই এপটো আৰু এন ই টেক্সি ৱে’বছাইটটোৰ...

Read moreDetails

মাইবঙত আৰক্ষীৰ গুলীচালনা : গুৱাহাটীলৈ অনাৰ পথত গুৰুতৰভাৱে আহত দুজনৰ মৃত্যু

বৃহস্পতিবাৰে ১২ঘণ্টীয়া ডিমা হাচাও বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীলৈ মাইবং আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ...

Read moreDetails

গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত গৌৰৱেৰে স্থান লাভ কৰিলে অসমীয়া জাপিয়ে

অসমৰ জাপিয়ে গণতন্ত্ৰ দিৱসৰ গুগলৰ প্ৰতীকত স্থান পাইছে। জাপি হৈছে অসমৰ এক পৰম্পৰাগত আৰ্হিৰে প্ৰস্তুত কৰা মূৰত পিন্ধা আৱৰণ। বাঁহ...

Read moreDetails

বাংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আত্নবিশ্বাসেৰে ভৰপূৰ নৰ্থ-ইষ্ট ইউনাইটেড

চলিত চতুৰ্থ হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাৰ আজি বাংগালুৰুৰ শ্ৰী কান্তীৰাভা ষ্টেডিয়ামত দ্বিতীয় লেগৰ খেলত অৱতীৰ্ণ হ’ব ঘৰুৱা...

Read moreDetails

বিশিষ্ট গান্ধীবাদী লেনটিনা আও থাক্কৰৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৭ গৰাকীলৈ পদ্ম সন্মান

দেশৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি হিচাপে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৮ গৰাকী বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ ৮৫ গৰাকী ব্যক্তিলৈ...

Read moreDetails

ত্রিপুৰাত আইপিএফটিৰ সৈতে মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিজেপিয়ে

ত্ৰিপুৰাত বিজেপিয়ে ইণ্ডিজেনিয়াছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰা (আইপিএফটি)ৰ সৈতে  ইয়াৰ নিৰ্বাচনী মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত...

Read moreDetails

ফেব্ৰুৱাৰীৰ ৪ তাৰিখৰ পৰা দুলীয়াজানত আৰম্ভ হ’ব টাটা ফুটবল একাডেমীৰ নিৰ্বাচনী প্ৰক্ৰিয়া

দুলীয়াজান ফুটবল একাডেমীয়ে অহা ৪ ফেব্ৰুৱাৰীৰ পৰা দুলীয়াজান ফুটবল একাডেমীৰ খেলপথাৰত ৰাজ্যখনৰ ৫,২০১৮ গৰাকী উদিয়মান ফুটবল খেলুৱৈৰ বাবে টাটা ফুটবল...

Read moreDetails

দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ প্ৰতি বিজেপি এক ভাবুকি : মুকুল চাংমা

ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে  তেওঁৰ আক্ৰমণ অব্যাহত ৰাখি মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই বুধবাৰে গেৰুৱা দলটোৱে দেশৰ ৰাজনৈতিক ব্যৱস্থাটোক ‘দুৰ্নীতিগ্ৰস্ত’ কৰি...

Read moreDetails
Page 2555 of 2564 1 2,554 2,555 2,556 2,564

Stay Connected

Recent News