উত্তৰ-পূব

কৰ’না কালত এখন ব্যতিক্ৰমী বিয়া; থানাতেই সজালে মণ্ডপ আৰু পিন্ধালে বৰমালা

আৰক্ষী থানাতেই অনুষ্ঠিত হোৱা এখন ব্যতিক্ৰমী বিয়াৰ ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে এহাল বাকদত্তাই আৰক্ষীৰ উপস্থিতিতে এজনে সিজনক বৰমালা পিন্ধাই সাত...

Read moreDetails

ডিফুৰ খাদ্য বিষক্ৰিয়া : ১ জন আক্ৰান্তৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা বৃদ্ধি ১৭৫ লৈ বৃদ্ধি

কাৰবি আংলং জিলাৰ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত সংঘটিত খাদ্য বিষক্ৰিয়াৰ ফলত এজন লোকৰ মৃত্যু হৈছে। বুধবাৰে কাংবুৰা...

Read moreDetails

পুনৰ চৰ্চাত ছামিৰ সংসাৰ! কন্যাৰ নামৰ পৰা ‘ছামি’ উপাধি অঁতৰাই দিলে হাছিন জাহানে

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা পেচাৰ মহম্মদ ছামি আৰু তেওঁৰ পত্নী হাছিন জাহানৰ মাজত সম্পৰ্কৰ আৰু অৱনতি ঘটিছে! এইবাৰ কন্যাৰ নামৰ...

Read moreDetails

‘অহা ৫ ফেব্ৰুৱাৰীত সৰুসজাইত হ’ব ৰাজ্যৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি’ : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অহা ৫ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ২৯,৭০১ জন শিক্ষক-শিক্ষিয়ত্ৰীৰ মাজত বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

Read moreDetails

এমাজনৰ চিইঅ’ পদৰ পৰা জেফ বেজোছৰ অব্যাহতি; নতুন দায়িত্বত কোন?

চলিত বছৰতেই দায়িত্ব এৰি যাবলৈ ওলাইছে এমাজনৰ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছ। বেজোছে নিজেই এইকথা জানিবলৈ দি কৈছে...

Read moreDetails

পূৱ গোৱালপাৰা বিধান সভা সমষ্টি : কংগ্ৰেছ-বিজেপিৰ আধা দজনৰো অধিক নেতা দলীয় প্ৰাৰ্থীত্বৰ দৌৰত!

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ...

Read moreDetails

গোলাঘাটৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

বুধবাৰে পুৱা গোলাঘাটৰ ৰঙাজান অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'য়। ৰঙাজান ডনবস্ক' স্কুলৰ দুজন ছাত্ৰক থবলৈ অহা অৱস্থাত সংঘটিত হ'য়...

Read moreDetails

কোকৰাঝাৰত গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ : ৬ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিটিচিৰ হৃদপিণ্ড কোকৰঝাৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে সন্ধিয়া গোপন সূত্ৰৰ পম...

Read moreDetails

ভাৰতৰ কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গ আৰু প’প ষ্টাৰ ৰিহানাৰ

আন্তঃৰাষ্ট্ৰীয় প’প ষ্টাৰ ৰিহানা আৰু পৰিবেশ কৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতত চলি থকা কৃষকৰ প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে। ‘‘আমি কিয় এই বিষয়ে...

Read moreDetails

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধেমাজিত শতাধিক কংগ্ৰেছ আৰু অপগ কৰ্মীৰ বিজেপিত যোগদান

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধেমাজিত শতাধিক কংগ্ৰেছ আৰু অগপ কৰ্মীয়ে বিজেপিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজী জিলা সমিতিৰ মুখ্য...

Read moreDetails
Page 2554 of 6175 1 … 2,553 2,554 2,555 … 6,175

Stay Connected

Recent News