• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰৱঞ্চনাৰ গোচৰত সাময়িক সকাহ অভিনেত্রী চানী লিওনৰ : গ্ৰেপ্তাৰত বাধা কেৰলাৰ উঃ ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 6:32 pm

1 min read

Sunny
253
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে কেৰলা উচ্চ ন্যায়ালয়ে এটা মেনেজমেন্ট কোম্পানীৰ প্রৱঞ্চনা গোচৰত অভিযুক্ত চানী লিওনসহ অন্য দুগৰাকী ব্যক্তিক সাময়িক সকাহ প্ৰদান কৰিছে।

বলিউদৰ অভিনেত্ৰী চানী লিওনসহ অন্য দুয়োগৰাকী ব্যক্তিক গ্ৰেপ্তাৰত বাধা আৰোপ কৰিছে কেৰলাৰ উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অশোক মেননে চানী লিওনৰ অন্তৱৰ্তীকালীন জামিনৰ শুনানি গ্ৰহণ কৰি আজি এই নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে মেনেজমেন্ট কোম্পানীটোৱে অভিযোগ কৰি আহিছিল যে যোৱা ২০১৯ চনৰ এটা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চানী লিওনয়ে ২৯ লাখ টকা অগ্ৰীম ধন লোৱাৰ পিছতো উক্ত কাৰ্যসূচীত উপস্থিত হোৱা নাছিল।

ইয়াৰ পিছতে প্ৰতিষ্ঠানটোৱে দাখিল কৰা এজাহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪২০ৰ অধীনত আৰক্ষীয়ে চানী লিওনসহ তেওঁৰ সহযোগীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ এক গোচৰ পঞ্জীয়ন কৰিছিল।

কিন্তু ন্যায়ালয়ে অপৰাধ শাখাক চিআৰপিচি ৪১(এ)(আৰক্ষীৰ সন্মুখত উপস্থিত হোৱাৰ জাননী)ৰ অনুসৰি জাননী লাভ নকৰা পৰ্যন্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে।

ইয়াৰ ফলত প্ৰৱঞ্চনা গোচৰত অভিযুক্ত অভিনেত্ৰীগৰাকীয়ে সাময়িক সকাহ লাভ কৰিছে।

Recent News

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd