• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ম্যানমাৰৰ সামৰিক অভ্যুত্থান : পুলিচৰ নিৰ্যাতন নেওচি প্ৰতিবাদ অব্যাহত

ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ কাউন্সিলৰ সতকৰ্তামূলক দৃষ্টি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 3:55 pm

2 min read

myanmar protest
176
VIEWS
Share on FacebookShare on Twitter

যোৱা মংগলবাৰে নিশা আং চান চ্যু ক্যীৰ ৰাজনৈতিক দলৰ মুখ্য কাযাৰ্লয় নিৰাপত্তা বাহিনীয়ে তালাচী চলোৱা হয়। ইয়াৰ পাছতে প্ৰতিবাদ প্ৰদৰ্শনৰ ক্ষেত্ৰত শেহতীয়াকে বান্ধি দিয়া নিষেধাজ্ঞাক অমান্য কৰি ম্যানমাৰৰ প্ৰধান চহৰ য়াংগুন, মান্দালয় আৰু ৰাজধানী নেইপিইটাউৰ জনতাই দেশখন উত্তাল কৰি তুলিছে।

প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে ছু ক্যীৰ অপসাৰিত অসামৰিক চৰকাৰৰ পুনৰ প্ৰতিষ্ঠা কৰি চৰকাৰখনৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লোৱা।

সামৰিক বাহিনীৰ মতে নৱেম্বৰত হৈ যোৱা দেশখনৰ নিৰ্বাচনত ছ্যু ক্যীৰ নেশ্বনেল লীগ ফৰ ডেম’ক্ৰেছিয়ে বিশাল ভোটত জয়লাভ কৰিলেও তাত ব্যাপক অনিয়ম প্ৰত্যক্ষ কৰা গৈছে, যি অভিযোগ নিৰ্বাচনী আয়োগে নাকচ কৰিছে।

উল্লেখযোগ্য যে নিবাৰ্চনত নেশ্বনেল লীগ ফৰ ডেম’ক্ৰেছিয়ে ৮০ শতাংশ ভোট কৰি শাসনভাৰ নিজৰ হাতলে আনিবলে সক্ষম হোৱাৰ পাছতো সামৰিক বাহিনীয়ে পৃষ্ঠপোষকতা কৰা ইউনিয়ন চলিডাৰিটী এণ্ড ডেভলপমেণ্ট পাৰ্টিয়ে নিজৰ পৰাজয় অস্বীকাৰ কৰে।

১৯৬২ চনৰ সফল সামৰিক অভ্যুত্থানৰ পাছত  জুণ্টা চৰকাৰখনে পাচ দশকৰ মূৰত দেশৰ শাসনভাৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। ইতিমধ্যে ১৯৮৮ চনৰ চৰকাৰবিৰোধী বিক্ষোভ আৰু ২০০৭ চনৰ বৌদ্ধিষ্ট সন্যাসীসকলে কৰা বিদ্ৰোহক দমন কৰিবলে লোৱা দমনমূলক পদক্ষেপলে লক্ষ্য কৰিলে এই কথা স্পষ্ট হয় যে প্ৰতিবাদকাৰীৰ স’তে জুণ্টা চৰকাৰখনে আলোচনাৰ বাবে বিশেষ আগ্ৰহী নহয়।

ইতিমধ্যে দেশখনত প্ৰতিবাদী ৰেলী আৰু জনসমাগমৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ উপৰিও ৰাতি ৮ বজাৰ পৰা পুৱা ৪ বজালৈকে কাৰ্ফিও আৰোপ কৰিছে।

বুধবাৰে ৰাজধানী নেইপিটাউ আৰু মান্দালয়ত পুলিচে প্ৰতিবাদকাৰীসকলৰ ওপৰত ৱাটাৰ কেনন আৰু গুলাবষৰ্ষণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেট ডিপাৰ্টমেণ্টৰ মুখপাত্ৰ নেড প্ৰিন্সে এই দমনমূলক পদক্ষেপক গৰিহণা জনাইছে। ইয়াৰ উপৰিও নিউজিলেণ্ডৰ চৰকাৰে ম্যানমাৰৰ স’তে সকলো সংযোগ বিচ্ছিন্ন কৰিছে ।

নিউয়ৰ্কৰ হিউমেন ৰাইটছ ৱাচ্চ আৰু ৰাষ্ট্ৰসংঘৰ হিউমেন ৰাইটছ কাউন্সিলে এইক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখিছে।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd