• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খুমটাইত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা : ক্ষুৰধাৰ বাক্যবাণেৰে থকা-সৰকা ন বিজেপি অজন্তা নেওগ আৰু মৃণাল শইকীয়াক

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 10, 2021 4:39 pm
Golaghat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগ নীলা শিয়াল। ন বিজেপি অজন্তা নেওগক বিজেপিও আদৰি নলয় কংগ্ৰেছেও আদৰি নলয়। খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া গুণ্ডামী ৰাজনীতি ওফৰাব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। বুধবাৰে এইদৰে কয় কংগ্ৰেছ নেতা সুশান্ত বৰগোহাঁই আৰু ন-কংগ্ৰেছী মীৰা বৰঠাকুৰে।

গোলাঘাট জিলা খুমটাই বিধানসভা সমষ্টিৰ পদুমণিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত দুই কংগ্ৰেছী নেতা আৰু নেত্ৰীয়ে লগতে কয় গুণ্ডামীৰে গণতন্ত্ৰ ৰক্ষা কৰাটো সম্ভৱ নহ’য় আৰু মানুহৰ মন জয় কৰাটোও সম্ভৱ নহ’য়।

Apply Now

একেদৰে অজন্তা নেওগ পূৰ্বৰ পৰাই দূৰ্বল আছিল। দুৰ্বল মনৰ মানুহে ঘৰ এৰি যায়। ক্ষমতাৰ লোভত কংগ্ৰেছৰ নেজত ধৰি ঘূৰিছিল একালৰ এই কংগেছ নেত্ৰী গৰাকীয়ে। এইদৰে অভিযোগ দুই কংগ্ৰেথছী নেতা-নেত্ৰীয়ে।

অজন্তা নেওগক এতিয়া সেয়ে বিজেপিৰ তৃণমূল কৰ্মীসকলে আদৰি লোৱা নাই; যিহেতু ৰাজনীতি এদিনীয়া বিষয় নহ’য়। সুদীৰ্ঘ সময় সাধনাৰ ফল ৰাজনীতি। গোলাঘাট পদুমণিত খুমটাই সমষ্টি ভিত্তিত দলীয় বুথ পৰ্যায়ৰ সভাৰ যোগেদি এইদৰে নিৰ্বাচনী ৰণডংকা বজালে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে।

আজি সভাত আগন্তুক নিৰ্বাচনত বিজেপি বিধায়ক মৃণাল শইকীয়াক পৰাস্ত কৰি কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক আগন্তুক নিৰ্বাচনত জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে কংগ্ৰেছ কৰ্মীসকলে।

আজিৰ সভাত কংগ্ৰেছ কৰ্মীৰ উদ্দেশ্যে প্ৰশিক্ষণ প্ৰদান কৰে চত্তীশগড় কংগ্ৰেছ নেতা গোলাম কাম্বো আৰু অলক চন্দ্ৰ কাৰে। কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাই, মীৰা বৰঠাকুৰৰ লগতে পৱন সিং ঘাটোৱাৰ, ভুপেন বৰা, বিজয় চমৰীয়া আদি আজি সভাত উপস্থিত থাকে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd