• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইতিহাস ৰচিলে আৰৱে: মঙল গ্ৰহৰ কক্ষপথত প্ৰৱেশ ঘটিল আৰৱৰ মহাকাশযানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 3:25 pm

1 min read

a red
233
VIEWS
Share on FacebookShare on Twitter

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ আন বহু কেইখন আগশাৰীৰ দেশৰ সমান্তৰাল ভাবে আগুৱাই গৈছে তৈল সম্পদত চহকী দেশ সংযুক্ত আৰৱ গণৰাজ্যও।

শেহতীয়াকৈ সংযুক্ত আৰৱ গণৰাজ্যই ৰঙা গ্ৰহ মঙললৈ প্ৰেৰণ কৰিছে এখন মহাকাশ যান।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আৰৱে প্ৰেৰণ কৰা যান খনে মঙলবাৰে নিশা মঙল গ্ৰহৰ কক্ষ পথত সফলতাৰে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

আৰৱেই হৈছে মধ্যপ্ৰাচ্যৰ প্ৰথম খন দেশ যিখন দেশে ৰঙা গ্ৰহটোলৈ যান প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

বিগত প্ৰায় সাত মাহ ধৰি মহাকাশেৰে গতি কৰা যান খন পৃথিবীৰ পৰা প্ৰায় ৩০ কোটি মাইল নিলগত অৱস্থিত ৰঙা গ্ৰহ মঙলৰ কক্ষপথত প্ৰৱেশ কৰাৰ খবৰে এতিয়া বিশ্বৰ বিজ্ঞানী মহলক আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে।

সংযুক্ত আৰৱ গণৰাজ্যই মঙল গ্ৰহলৈ প্ৰেৰণ কৰা  যান খনৰ নাম ৰখা হৈছে ‘আমল’।

আৰৱী ভাষাৰ এই শব্দটোৰ অৰ্থ হৈছে আশা।

উল্লেখ্য বিশ্বৰ বহু কেই খন দেশে ইতিমধ্যে মঙল গ্ৰহলৈ যান প্ৰেৰণ কৰিছে যদিও কেৱল মাত্ৰ ৪০ শতাংশ অভিযানহে এতিয়ালৈকে সফল হৈছে।

বাকী ৬০ শতাংশ অভিযান শেষ মুহূৰ্তত গৈ বিফল হৈছে।

কিন্তু  সংযুক্ত আৰৱ গণৰাজ্যএ প্ৰথম অভিযানতে সফলতা লাভ কৰকাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে দেশ খনৰ বিজ্ঞানীসকল।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোনয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd