উত্তৰ-পূব

ফাদিল অভিপ্ৰায়! নিৰ্বাচনী বণ্ডৰ তথ্য দিবলৈ উচ্চতম ন্যায়ালয়ত হোহকা পিছলা কৰা SBI চৰকাৰৰ বাবে কিন্তু তৎপৰ

ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ডৰ সবিশেষ তথ্য প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ক ৩০ জুনলৈকে সময় বিচাৰিছে। এছ বি আইয়ে ৰাজনৈতিক দলসমূহক...

Read moreDetails

এজন ব্যক্তিয়ে ২১৭ বাৰ গ্ৰহণ কৰিছিল কৰ’নাৰ ভেকচিন! তাৰ পিছত কি হ’ল?

জাৰ্মানীৰ ৬২ বছৰীয়া এজন ব্যক্তিয়ে এবাৰ-দুবাৰ নহয়, মুঠ ২১৭ বাৰকৈ কৰ’না ভেকচিন গ্ৰহণ কৰিছিল। জাৰ্মানীৰ চিকিৎসকে জানিবলৈ দিয়া মতে চিকিৎসা...

Read moreDetails

লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন! প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনা কা-বিৰোধী প্ৰতিবাদ নকৰে আছুৱে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ মাৰ্চত অসম ভ্ৰমণত থাকিব। সেইদিনা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ প্ৰধানমন্ত্ৰী যোৰহাটলৈ আহিব। সদৌ অসম...

Read moreDetails

মৰ্মান্তিক! ৮ দিন পুত্ৰৰ মৃতদেহৰ সৈতে বাস কৰিলে ত্ৰিপুৰাৰ ৮২ বছৰীয়া বৃদ্ধাই

ত্ৰিপুৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।  বিগত আঠ দিন ধৰি ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ এটা ঘৰত মৃত পুত্ৰৰ মৃতদেহৰ সৈতে বাস...

Read moreDetails

লকডাউনত জন্ম হোৱা শিশু কম অসুখীয়া, আনতকৈ পৃথক হোৱাৰ চাঞ্চল্যকৰ দাবী!

বহু লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবে কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যুমুখত পৰাৰ বিপৰীতে এই সময়ছোৱাত জন্ম হোৱা শিশুৰ ৰোগৰ...

Read moreDetails

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰিবলৈ অসম ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগৰ দল

ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলে মঙলবাৰৰ পৰা (০৫ মাৰ্চ) দুদিনীয়া অসম ভ্ৰমণ কৰিব। তেওঁলোকে ৰাজ্যিক বিষয়াবৰ্গ, ৰাজনৈতিক দল, আৰু বিভিন্ন...

Read moreDetails

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাত বাধা নাই ট্ৰাম্পৰ; তেওঁৰ পক্ষতে ৰায় দিলে দেশখনৰ ছুপ্ৰিম কোৰ্টে

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী হোৱাত কোনো বাধা নাই বুলি ৰায় দিছে দেশখনৰ ছুপ্ৰিম কোৰ্টে। স্থানীয়...

Read moreDetails

ইলন মাস্কৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন টুইটাৰ কৰ্মীৰ; প্ৰাক্তন চিইঅ’ পৰাগে বিচাৰিছে ১২ কোটি ডলাৰ

টুইটাৰৰ মুৰব্বী ইলন মাস্ক ভয়াৱহ সংকটত পৰিছে! কোম্পানীটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাৰ উপৰিও দুজন শীৰ্ষ কাৰ্যবাহীয়ে তেওঁৰ বিৰুদ্ধে...

Read moreDetails

দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সমগ্ৰ দেশতে নগদবিহীন স্বাস্থ্য বীমাৰ পথ সহজ হৈ পৰিল। উচ্চতম ন্যায়ালয়ে স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰক এক ডাঙৰ নিৰ্দেশ দিছে। আদালতে কয়...

Read moreDetails

মহাকাশত ভাৰতে নিৰ্মাণ কৰিব স্পেচ ষ্টেশ্যন; নিৰ্দ্ধাৰিত লক্ষ্যৰ কথা ক’লে ইছৰোৰ মুৰব্বীয়ে

আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰতেও মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ (স্পেচ ষ্টেশ্যন) নিৰ্মাণ কৰিব বিচাৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ...

Read moreDetails
Page 306 of 2567 1 305 306 307 2,567

Stay Connected

Recent News