• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইলন মাস্কৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন টুইটাৰ কৰ্মীৰ; প্ৰাক্তন চিইঅ’ পৰাগে বিচাৰিছে ১২ কোটি ডলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2024 10:20 am
টুইটাৰৰ প্ৰাক্তন চিইঅ’ পৰাগ আগৰৱালা আৰু বৰ্তমান টুইটাৰৰ (এক্স) মালিক ইলন মাস্ক।

টুইটাৰৰ প্ৰাক্তন চিইঅ’ পৰাগ আগৰৱালা আৰু বৰ্তমান টুইটাৰৰ (এক্স) মালিক ইলন মাস্ক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টুইটাৰৰ মুৰব্বী ইলন মাস্ক ভয়াৱহ সংকটত পৰিছে! কোম্পানীটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাৰ উপৰিও দুজন শীৰ্ষ কাৰ্যবাহীয়ে তেওঁৰ বিৰুদ্ধে ‘পাবলগীয়া ধন’ বিচাৰি গোচৰ ৰুজু কৰিছে। টুইটাৰৰ প্ৰাক্তন কাৰ্যবাহীসকলে দাবী কৰিছে যে তেওঁলোকক কোম্পানীটোৰ পৰা অবৈধভাৱে বৰ্খাস্ত কৰা হৈছিল। পৰাগে মাস্কৰ পৰা ১২ কোটি ডলাৰ দাবী কৰি গোচৰ তৰিছে।

টুইটাৰ ক্ৰয় কৰাৰ কিছু সময়ৰ পিছতে ইলন মাস্কে কোম্পানীটোৰ তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাকে ধৰি কেইবাজনো শীৰ্ষ কাৰ্যবাহীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। পৰাগকে ধৰি অপসাৰিত বিষয়াসকল আদালতলৈ গ’ল।

লগতে পঢ়কঃ দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Apply Now

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি, পৰাগ আৰু তেওঁৰ সহযোগীয়ে নিয়োগ সম্পৰ্কীয় গোচৰ, তদন্ত আৰু তদন্তৰ খৰচৰ পৰিশোধ বিচাৰিছে। তেওঁলোকে দাবী কৰে যে টুইটাৰে তেওঁলোকক ১২ কোটি ডলাৰ ঘূৰাই দিবলৈ আইনগতভাৱে বাধ্য।

উল্লেখ্য যে যোৱা বছৰৰ এপ্ৰিল মাহত ইলন মাস্কে ৪ হাজাৰ ৪ শ কোটি ডলাৰ খৰচ কৰি টুইটাৰ ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু মাস্কে এই চুক্তিৰ পৰা আঁতৰি আহি দাবী কৰে যে টুইটাৰে ভুৱা একাউণ্ট বন্ধ কৰিবলৈ পৰ্যাপ্ত কাম কৰা নাই। কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাই থাকে। ইয়াৰ পিছতে আৰম্ভ হয় আইনী যুঁজ। মাস্কে টুইটাৰ কিনিব পাৰিব নে নোৱাৰে তাকলৈও সন্দেহৰ সৃষ্টি হৈছিল।

টুইটাৰ ক্ৰয়ৰ চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত কোম্পানীটোৰ প্ৰায় ৭৫ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰে মাস্কে। তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাকে ধৰি আনসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

লগতে পঢ়কঃ দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মাস্কৰ বিৰুদ্ধে অভিযোগ যে কোম্পানীটো অধিগ্ৰহণ কৰাৰ পিছতো কোম্পানীটোৰ বহুত ঋণ আছে। যিটো তেওঁ এতিয়াও পৰিশোধ কৰা নাই। এইবাৰ কোম্পানীটোৰ তিনিজন প্ৰাক্তন কাৰ্যবাহীয়ে সৰৱ হৈ পৰিছে। তেওঁলোকৰ দাবী, টুইটাৰে তেওঁলোকৰ ধন ঘূৰাই দিবলৈ চুক্তিবদ্ধ। ইলনে নিজৰ ইচ্ছামতে সিদ্ধান্ত ল’ব নোৱাৰে। তেওঁ চুক্তিখন মানি চলিবই লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd