• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাত বাধা নাই ট্ৰাম্পৰ; তেওঁৰ পক্ষতে ৰায় দিলে দেশখনৰ ছুপ্ৰিম কোৰ্টে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2024 11:55 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী হোৱাত কোনো বাধা নাই বুলি ৰায় দিছে দেশখনৰ ছুপ্ৰিম কোৰ্টে। স্থানীয় সময় অনুসৰি সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে।

সোমবাৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে ৰায় দিয়ে যে ২০২৪ চনৰ ক’লৰাডো নিৰ্বাচনী বেলটত ড’নাল্ড ট্ৰাম্প থাকিব পাৰে।

মঙলবাৰে ক’লৰাডো আৰু আন ১৪ খন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া “ছুপাৰ টুইছডে” প্ৰাথমিক নিৰ্বাচনৰ এদিন পূৰ্বে  আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ জৰিয়তে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ আগবাঢ়ি থকা প্ৰাৰ্থীগৰাকীক এক গুৰুত্বপূৰ্ণ জয় লাভ কৰে।

Apply Now

লগতে পঢ়কঃ ইলন মাস্কৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন টুইটাৰ কৰ্মীৰ; প্ৰাক্তন চিইঅ’ পৰাগে বিচাৰিছে ১২ কোটি ডলাৰ

ইয়াৰ পূৰ্বে ক’লৰাডোৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ কেপিটেল হিলত হোৱা সংঘৰ্ষক উচটনি দিয়াৰ বাবে ট্ৰাম্পে ৰাজ্যখনৰ নিৰ্বাচনত অংশগ্ৰহণৰ বাবে অযোগ্য।

ড’নাল্ড ট্ৰাম্পৰ সমালোচকসকলে ট্ৰাম্পে আমেৰিকাৰ সংবিধান উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এই নিয়ম অনুসৰি বিদ্ৰোহীসকলে ৰাজহুৱা পদবী গ্ৰহণ কৰিব নোৱাৰে। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই ক’লৰাডোৰ ৰায় বাতিল কৰে।

লগতে পঢ়কঃ দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এই ৰায় সন্দৰ্ভত ১৩ পৃষ্ঠাৰ স্বাক্ষৰবিহীন মতামতত উচ্চতম ন্যায়ালয়ৰ ৯ জন ন্যায়াধীশে কয় যে সংবিধানে কোনো এখন ৰাজ্যক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক ৰাষ্ট্ৰীয় পদৰ পৰা অযোগ্য ঘোষণা কৰিবলৈ অনুমতি নিদিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm
নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

October 8, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd