• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এজন ব্যক্তিয়ে ২১৭ বাৰ গ্ৰহণ কৰিছিল কৰ’নাৰ ভেকচিন! তাৰ পিছত কি হ’ল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2024 9:42 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীৰ ৬২ বছৰীয়া এজন ব্যক্তিয়ে এবাৰ-দুবাৰ নহয়, মুঠ ২১৭ বাৰকৈ কৰ’না ভেকচিন গ্ৰহণ কৰিছিল। জাৰ্মানীৰ চিকিৎসকে জানিবলৈ দিয়া মতে চিকিৎসা সম্পৰ্কীয় পৰামৰ্শক আওকাণ কৰি তেওঁ নিজেই এই কাম কৰিছিল।

এই অদ্ভুত পৰিঘটনাটো বিশ্ববিখ্যাত লেন্সেট এফেকটিভ ডিজিজেছ জাৰ্নেলত নথিভুক্ত কৰা হৈছে। কোৱা হৈছে যে ব্যক্তিজনে কৰ’না ভেকচিন কিনি ব্যক্তিগতভাৱে দেহত প্ৰয়োগ কৰিছিল। ২৯ মাহৰ ভিতৰত এটা এটাকৈ ২১৭টা ভেকচিন গ্ৰহণ কৰিছে। অৱশ্যে তেওঁৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই।

ইমানবোৰ ভেকচিন লোৱাৰ পিছতো তেওঁ একেবাৰে সুস্থ। এৰলাংগেন-নুৰেমবাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে ব্যক্তিজনৰ শৰীৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা নগ’ল। তেওঁ কোনো কষ্ট ভোগ কৰিবলগীয়া হোৱা নাছিল।

Apply Now

লগতে পঢ়কঃ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন! প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনা কা-বিৰোধী প্ৰতিবাদ নকৰে আছুৱে

বিশ্ববিদ্যালয়খনৰ মাইক্ৰ’বায়’লজী বিভাগৰ ড. কিলিয়ান ছ’বেৰে কয়, ‘আমি বাতৰি কাকত পঢ়ি এই ঘটনাৰ বিষয়ে জানিব পাৰোঁ। পিছত আমি সেই ব্যক্তিজনৰ সৈতে যোগাযোগ কৰোঁ। আমি তেওঁক বিশ্ববিদ্যালয়লৈ বিভিন্ন শাৰীৰিক পৰীক্ষাৰ বাবে মাতিছিলো। তেওঁ আমাৰ আহ্বানৰ প্ৰতি অতি আগ্ৰহেৰে সঁহাৰি জনাইছিল।

পিছত লোকজনে তেজ আৰু লালাৰ নমুনা দিয়ে। ইয়াৰ উপৰিও গৱেষকসকলে তেওঁৰ ফ্ৰ’জেন তেজৰ নমুনাও পৰীক্ষা কৰিছিল যিবোৰ আগতে জমা হৈ আছিল। যোৱা কেইবছৰমানৰ পৰা তেওঁৰ পৰা এই তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল।

ডাঃ ড. কিলিয়ানে কয় যে আমি নিজেই মানুহজনৰ পৰা তেজৰ নমুনা ল’বলৈ সক্ষম হৈছিলো। আনুষংগিক গৱেষণা চলি থকাৰ সময়তে তেওঁ নিজৰ আগ্ৰহেৰে কৰ’না ভেকচিন লৈছে।

লগতে পঢ়কঃ‘গাদ্দাৰ’ হিমন্ত! পৱন খেৰাৰ দাবী, মধ্যপ্ৰদেশৰ ‘মামা’ৰ গতিয়েই গতি হ’ব অসমৰ ’মামা’ৰ

এই গৱেষকজনে লগতে কয় যে কৰ’না টিকাকৰণৰ পিছত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই কেনে প্ৰতিক্ৰিয়া কৰে সেই সম্পৰ্কে গৱেষণাত ব্যক্তিজনৰ নমুনা ব্যৱহাৰ কৰা হৈছে। আশ্চৰ্যজনকভাৱে ২১৭টা টিকাকৰণৰ আগে-পিছে ব্যক্তিজন কেতিয়াও কৰ’নাত আক্ৰান্ত হোৱা নাছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd