উত্তৰ-পূব

নগা চুক্তি ৰাজহুৱা কৰিবলৈ কেন্দ্ৰক আহ্বান মণিপুৰৰ নাগৰিক সমাজৰ সংগঠনৰ

মণিপুৰৰ নাগৰিক সমাজৰ সংগঠনৰ এটি দলে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজেজু, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, নাগা সমস্যাৰ আলোচনাৰ মধ্যস্থতাকাৰী...

Read more

অন্ধ্ৰপ্ৰদেশত সন্ধানহীন যোৰহাটৰ ১৭ বছৰীয়া কিশোৰ

যোৱা কিছুদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰ ৰেইলৱে ষ্টেচনৰ পৰা যোৰহাটৰ এজন কিশোৰ সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰিছে।...

Read more

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া ছুটীত : বিৰোধীৰ প্ৰতিক্ৰিয়া

ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰনীকান্তে হঠাতে ছুটী লৈ ৰাজ্যখনৰ পাৰ প্ৰস্থান কৰাৰ বাতৰিয়ে ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।...

Read more

অৰুণাচলৰ ছাত্ৰ-ছাত্ৰী সকলক সকলো সা-সুবিধা দিয়া হ’ব: প্ৰকাশ জাভেডেকাৰ

অৰুণাচল প্ৰদেশৰ বিভিন্ন ইউনিভাৰ্চিটি তথা শিক্ষানুষ্ঠান প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলক সকলো ধৰণৰ সা-সুবিধা প্ৰদানৰ আশ্বাস প্ৰদান কৰে...

Read more

কৰিমগঞ্জত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জৰ বটালী অঞ্চলত কালি আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজনে অঞ্চলটোৰ বহুকেইজন যুৱকক ড্ৰাগছ...

Read more

নৱবর্ষৰ আৰম্ভণিতে নিৰ্বাচনী প্ৰচাৰৰ বাবে মেঘালয়লৈ ঢাপলি মেলিব কেন্দ্ৰীয় নেতা

নৱবৰ্ষৰ প্ৰথমটো মাহতে নিৰ্বাচনী প্ৰচাৰৰ বাবে মেঘালয়লৈ আহিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ...

Read more

বিশিষ্ট সাহিত্যিক শশী শৰ্মালৈ ‘শতবৰ্ষীয় জীৱনজোৰা সাহিত্য সন্মান’

‘ছোভিয়েট দেশ বঁটা’ বিজয়ী অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মালৈ অসম সাহিত্য সভাই আগবঢ়াইছে ‘শতবৰ্ষীয় জীৱনজোৰা সাহিত্য সন্মান’। ২৬,...

Read more

অসমৰ ২০ খন বান বিধ্বস্ত গাঁৱলৈ খোৱাপানীৰ ব্যৱস্থা আগবঢ়াইছে কেৰিটাছ ইণ্ডিয়াই

২০১৭ ৰ বিধ্বংসী বানৰ সময়ছোৱাত বিধ্বস্ত হৈ পৰা অসমৰ হাইলাকান্দি, ধেমাজি আৰু লখিমপুৰ জিলাৰ ২০ খন গাঁৱলৈ ১৮ টা হেণ্ড...

Read more

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল বানৱাৰী লাল যোশীৰ পৰলোক

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল বানৱাৰী লাল যোশীৰ আজি নতুন দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। চিকিৎসালয়খনত তেওঁক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ তথা শ্বাস-প্ৰশ্বাসজনিত...

Read more

অবৈধ কয়লা খননৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন ঠাইত প্ৰশাসনৰ জ্ঞাতেই চলি থকা অবৈধ কয়লা খননৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।...

Read more
Page 5651 of 5723 1 5,650 5,651 5,652 5,723

Recent News