উত্তৰ-পূব

‘ঘৰৰ এন্দুৰ মাৰিবলৈ সাপ মেলিব নেকি?’-নিজৰ চৰকাৰকে প্ৰশ্ন কৰিলে বিধায়ক অতুল বৰাই

‘মোক মন্ত্ৰী সভাত অন্তৰ্ভূক্ত নকৰাৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ মন্ত্ৰী হোৱাহেঁতেন অকলেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজিবলগীয়া...

Read moreDetails

চেন্নাইত অকাল মৃত্যু পৰিয়াল চলাবলৈ কাম বিচাৰি যোৱা দৰিদ্ৰ অসমীয়াৰ

এক কৰুণ দুৰ্ঘটনাত পুনৰ বহিঃৰাজ্যত অকাল মৃত্যুক সাৱতিলে অসমৰ যুৱকে। চেন্নাইত কৰ্ম সংস্থাপনৰ বাবে যোৱা ডিমৌ উদয়পুৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ...

Read moreDetails

সুযোগ ল’বলৈ তৎপৰ কংগ্ৰেছ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণস্বাক্ষৰ অভিযান

নাগৰিকত্ব সংশোধনী বিধেয়কখন যিকোনো প্ৰকাৰে বাতিল কৰাৰ দাবীত অসমৰ দল-সংগঠনে প্ৰতিবাদ কৰি থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰিব...

Read moreDetails

স্থলপথেৰে ইটানগৰৰ পৰা ছিয়াঙত উপস্থিত হ’ল অৰুণাচলৰ ৰাজ্যপাল

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই মঙলবাৰে অৰুণাচলৰ ছিয়াং জিলা ভ্ৰমণ কৰে। ৰাজ্যখনৰ প্ৰথম মহিলা তেওঁৰ সহধৰ্মিণী নীলম...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক : ১২ মে’ৰ পৰা কৃষক মুক্তিৰ আন্দোলন ঘোষণা

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাৱ্যস্ত কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  মঙলবাৰে তেওঁলোকৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত...

Read moreDetails

নলবাৰীত সাতগৰাকী মহিলা উদ্যোগীৰ প্ৰচেষ্টাত শুভাৰম্ভ ‘ছেভেন ছিষ্টাৰ্ছ’ৰ

নলবাৰী জিলাৰ পাইকাৰকুছিৰ ওচৰৰ আহিনপুৰৰ সাতগৰাকী মহিলা উদ্যোগীৰ প্ৰচেষ্টাত স্থাপন কৰা জোনাকী ধূপ উদ্যোগৰ দ্বাৰা মঙলবাৰে 'ছেভেন ছিষ্টাৰ্ছ' নামৰ এবিধ...

Read moreDetails

বৰপেটাত দুদিনীয়াকৈ ৪০ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ আয়োজন

সদৌ বৰপেটা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ১০ আৰু ১১ মেত ৪০ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা...

Read moreDetails

বৰপেটা জিলা পেঞ্চনাৰ সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি: নতুন কাৰ্যনিৰ্বাহক গঠন

বৰপেটা জিলা পেঞ্চনাৰ সংস্থাৰ ২৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন এদিনীয়া কাৰ্যসূচীৰে কালি বৰপেটাত অনুষ্ঠিত হৈ যায়। বৰপেটা চহৰৰ শ্ৰীমন্তপুৰত থকা পেঞ্চনাৰ...

Read moreDetails

জে পি চিক সাক্ষ্য দিব উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ ছাত্ৰ সংগঠন নেছ’ই

নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত দল-সংগঠন, ব্যক্তিৰ মত ল’বলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সংসদীয় যুটীয়া সমিতিৰ সন্মুখত এখন উমৈহতীয়া মঞ্চৰ...

Read moreDetails

প্ৰচণ্ড ধুমুহাত কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি: যাতায়াত ব্যৱস্থা ব্যাহত

আজি ৰাতিপুৱা অহা এজাক বিধ্বংসী ধুমুহাই জোকাৰি গ’ল নামনি অসমৰ বিভিন্ন অঞ্চল। ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে অহা বৰষুণৰ ফলত নামনি অসমৰ...

Read moreDetails
Page 5650 of 6193 1 … 5,649 5,650 5,651 … 6,193

Stay Connected

Recent News