• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক : ১২ মে’ৰ পৰা কৃষক মুক্তিৰ আন্দোলন ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2018 3:13 pm
Akhil-Gogoi-680x365

কৃষক নেতা অখিল গগৈ : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাৱ্যস্ত কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  মঙলবাৰে তেওঁলোকৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকত সোমবাৰৰ শুনানিত অংশগ্ৰহণ কৰি বিধেয়কখনৰ বিৰুদ্ধে অৱস্থান লোৱা সকলো সংগঠন, সংঘ, সমিতি, মঞ্চ, বুদ্ধিজীৱী, শিল্পী, বিশিষ্ট নাগৰিকক ঐক্যবদ্ধ কৰি  বিলখন বাতিলৰ বাবে এক ঐক্যবদ্ধ সংগ্ৰামৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে।

প্ৰতিটো সংগঠনৰ পৰা সমান নেতৃত্ব আৰু সমান মৰ্যাদাসহ এখন ঐক্যমঞ্চ বা সমন্বয় সমিতি গঠনৰ প্ৰস্তাৱ লোৱা হৈছে কাৰ্যনিৰ্বাহকত। কেৱল সোমবাৰৰ শুনানিত অংশ লোৱা সকলেই নহয়, ইয়াৰ পূৰ্বেও শুনানিত অংশগ্ৰহণ কৰা সকলো জাতীয় দল-সংগঠনকো এই ঐক্যমঞ্চ বা সমন্বয় সমিতিত অন্তৰ্ভুক্ত কৰাৰ বাবে সমিতিয়ে প্ৰচেষ্টা চলাব।

Apply Now

কাৰ্যনিৰ্বাহকত অহা ১২ মে’ৰ পৰা ৰাজ্যজুৰি প্ৰতিখন গাওঁ, চাহ বাগানৰ বস্তি এলেকা, নগৰ-চহৰ, চৰ-চাপৰি আদিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। এই অভিযানৰ লক্ষ্য হ’ল দ্বিতীয়বাৰৰ কাৰণে অসমলৈ আহিবলগীয়া যুটীয়া সংসদীয় সমিতিৰ শুনানিত লক্ষাধিক দল-সংগঠন আৰু ব্যক্তিৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা।

উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু মুকুট ডেকাই প্ৰকাশ কৰা সমিতিৰ এটা বিবৃতিত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাৰ উদ্দেশ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমবাসীক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিব।

এইবাৰ অসমীয়া জাতিৰ জাগৰণক কেৱল বিধেয়কবিৰোধী সংগ্ৰামতেই সীমাবদ্ধ নাৰাখি অসমীয়া জাতিৰ বাবে সাংবিধানিক ৰক্ষা কৱচ আদায় কৰাটোও অন্যতম লক্ষ্য হ’ব বুলি কোৱা হৈছে। অসমৰ ভূমি কোনো বিদেশী বা বহিৰাগতই ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰাৰ সাংবিধানিক নিশ্চয়তা আদায় কৰা আৰু অসমৰ থলুৱা মানুহৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংবিধানসন্মত বিশেষ ৰাজ্যৰ মাৰ্যাদা আদায় কৰি লোৱাটো এই সংগ্ৰামৰ প্ৰধান লক্ষ্য বুলি কৃ,ক মুক্তিয়ে স্পষ্ট কৰি দিয়ে।

কাশ্মীৰৰ দৰে সাংবিধানিক সুৰক্ষা অথবা ভাৰতীয় সংবিধানৰ ৩৭১ ’ক’ৰ পৰা ‘ছ’ অনুচ্ছেদৰ ভিতৰৰ কোনো এটা অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা আঁজুৰি আনিবলৈ এই সংগ্ৰামৰ জৰিয়তে আন্তৰিকতাৰে প্ৰচেষ্টা কৰা হ’ব বুলিও বিবৃতিটোত কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd