উত্তৰ-পূব

প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ ডাঃ বিশ্বজিৎ বৰুৱাৰ দেহাৱসানঃ ৰাজ্যজুৰি শোকৰ ছাঁ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিশেষজ্ঞ তথা অস্থিৰোগ বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ বিশ্বজিৎ বৰুৱাই যোৱা ২৮ জানুৱাৰী, ২০২৫ তাৰিখে দিনৰ ১:৪৫...

Read moreDetails

পৌৰাণিক ঐতিহ্য বহন কৰা অট্টালিকা ভংগ! ডনবস্ক’ স্কুল কৰ্তৃপক্ষক আদালত অৱমাননাৰ জাননী জাৰি হাই কোৰ্টৰ

ঔপনিৱেশিক যুগৰ এটা অট্টালিকা ভাঙি পেলোৱাৰ অভিযোগত শ্বিলঙৰ ডনবস্ক’ টেকনিকেল স্কুল পৰিচালনাৰ পাঁচজন সদস্যক মেঘালয় উচ্চ ন্যায়ালয়ে আদালত অৱমাননা জাননী...

Read moreDetails

ম’হ যুঁজৰ অনুষ্ঠানত উপস্থিত থাকি বিপদত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা! উচ্চতম ন্যায়ালয়ৰ দাৰস্থ সাংবাদিক দিলীপ নাথ

ম'হ যুঁজক সমৰ্থন জনোৱাৰ লগতে মুখ্য অতিথি হিচাপে ম’হ যুঁজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ত জনস্বাস্থ্য অভিযান্ত্ৰিক আৰু...

Read moreDetails

থাইলেণ্ডৰ কোম্পানীক গাহৰি বিক্ৰী ক​ৰিবলৈ দিয়া সিদ্ধান্তৰ বিৰুদ্ধে গাহ​ৰি পালক​ৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰে গাহৰি পালন আৰু বিক্ৰীৰ ব্যৱস্থাপনা থাইলেণ্ডৰ চাৰোয়েন পকফাণ্ড ফুডছ (চিপি) গ্ৰুপৰ ওপৰত ন্যস্ত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে সদৌ...

Read moreDetails

ভাৰতৰ পৰা ৯৩.২৭৫ মিলিয়ন মাৰ্কিন ডলাৰৰ ডিজেল ক্ৰয় কৰিব বাংলাদেশ চৰকাৰে! নুমলীগড় তেল শোধনাগৰে ধৰিব যোগান

ভাৰতৰ পৰা ১ লাখ ৩০ হাজাৰ মেট্ৰিক টন ডিজেল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে বাংলাদেশৰ মঃ ইউনুছ চৰকাৰৰ। ইয়াৰ বাবে মুঠ...

Read moreDetails

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ শেষ উপহাৰ; ‘জন নায়গণ’ ছবিৰে অভিনয়ক বিদায়!

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ে অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে! তেওঁৰ ৬৯ সংখ্যক ছবি ‘জন নায়গণ’ হ’ব...

Read moreDetails

ভিৰ চম্ভালিব নোৱাৰি ভাঙি পৰিল জৈন নিৰ্বাণ উৎসৱৰ মঞ্চ; ৫ জনৰ মৃত্যু, আহত প্ৰায় ৪০জন

উত্তৰ প্ৰদেশৰ বাঘপতৰ বাগৌৰ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। মঙলবাৰে জৈন নিৰ্বাণ উৎসৱৰ সময়ত জনসমাগমৰ বাবে অনুষ্ঠানটোৰ অস্থায়ী মঞ্চ...

Read moreDetails

গোৱালপাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত এম্বুলেন্সৰ খুন্দাত নিহত মহিলা

গোৱালপাৰাত সোমবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত নিহত হয় মহিলাগৰাকী। জানিব...

Read moreDetails

১ লাখ ৫১ হাজাৰ কোটি টকাৰ বোজাত বিপৰ্যস্ত অসম! তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব মুখ্যমন্ত্ৰীৰ জন্মদিন

অহা ১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। বিজেপি তথা শৰ্মাৰ অনুৰাগীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উৎসুকতা। তাৰে...

Read moreDetails

ভাল খবৰ! চলিত বছৰৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব বিশ্বৰ প্ৰথমটো কেন্সাৰ ৰোগৰ ভেকচিন

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব ৰাছিয়াত নিৰ্মিত কেন্সাৰৰ ভেকচিন। দেশখনৰ গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে সোমবাৰে ৰাছিয়াৰ মূল...

Read moreDetails
Page 619 of 6190 1 … 618 619 620 … 6,190

Stay Connected

Recent News