প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা বতাহ। ব’হাগতে বিপৰ্যস্ত ৰাজধানী দিল্লী আৰু ৰাজধানীৰ আশে-পাশে থকা অঞ্চলসমূহ। যোৱা ২৪ ঘন্টাত দিল্লী-এনচিআৰত বতৰৰ দুৰ্যোগৰ...
Read moreDetailsকলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিৰ মহিলা হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী নেপালী ছাত্ৰীৰ ওলমি থকা মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে...
Read moreDetailsআনকি ১০০ মিটাৰ ৰিলেত চমক দেখুৱাই ৩৮.৬৯ ছেকেণ্ডৰ নতুন ৰাষ্ট্ৰীয় কীৰ্তি স্থাপন কৰি অভিলেখত নিজৰ নাম খোদিত কৰাৰ সময়তো অসম...
Read moreDetailsআজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিয়লি ৪ বজালৈ...
Read moreDetailsবেছিভাগ শিশুৰেই এতিয়া মোবাইল কেন্দ্ৰিক শৈশৱ। এইটো যেন এটা ৰোগৰ পৰিৱেশ। যদিও প্ৰথম দৃষ্টিত বিশেষ কিবা যেন নালাগিব পাৰে, তথাপিও...
Read moreDetailsনগাঁও জিলাৰ ছামগুৰিত এক হৃদয় বিদাৰক ঘটনাই সকলোৰে দৃষ্টি কাঢ়িছে। গীতা নামৰ এটা হাতী এমাহৰো অধিক সময় ধৰি অচল হৈ...
Read moreDetailsভাৰতীয় ৰে’লৱেই টিকট বুকিং আৰু ৱেইটিং লিষ্টৰ টিকটৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰিছে। এই সকলোবোৰ পৰিৱৰ্তনৰ কথা ইতিমধ্যে ৰে’লৱে ঘোষণা কৰিছিল।...
Read moreDetailsভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ভাৰতৰ নৌসেনাৰ শক্তি বৃদ্ধি পাইছে। বুধবাৰে ট্ৰাম্প প্ৰশাসনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় ডমেইন সজাগতা আৰু আনুষংগিক সঁজুলি ভাৰতক বিক্ৰীৰ...
Read moreDetailsকেইবামাহো কাৰাগাৰৰ থকাৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে তাৰ্কিক বৰা আৰু বিশাল ফুকন। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে...
Read moreDetailsপতঞ্জলিৰ যোগগুৰু বাবা ৰামদেৱ পুনৰ আদালতত ভৎৰ্সনাৰ সন্মুখীন হৈছে। দেশৰ প্রতিষ্ঠিত কোম্পানী হামদর্দৰ ৰুহ আফজা চিৰাপ সন্দর্ভত ৰামদেৱৰ বিতর্কিত ‘চর্বত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd