• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ নেপালী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ! ভুৱনেশ্বৰৰ KIITত ৯০ দিনৰ ভিতৰত দ্বিতীয়টো মৃত্যুৰ ঘটনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 2, 2025 10:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিৰ মহিলা হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী নেপালী ছাত্ৰীৰ ওলমি থকা মৃতদেহ।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ছাত্ৰীগৰাকীক তেওঁৰ হোষ্টেলৰ কোঠাৰ চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

Apply Now

বিশ বছৰীয়া যুৱতীগৰাকীয়ে ওড়িশাৰ ভুৱনেশ্বৰৰ সেই শিক্ষানুষ্ঠানৰ কম্পিউটাৰ বিজ্ঞান বিভাগত বি টেক পঢ়ি আছিল।

আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, “কে আই আই টিৰ মহিলা হোষ্টেলৰ এটা কোঠাৰ পৰা এগৰাকী নেপালী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সম্ভৱতঃ তেওঁ আত্মহত্যা কৰিলে।” এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, হোষ্টেলৰ ১১১ নম্বৰ কোঠাৰ পৰা ছাত্ৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

একেখন প্ৰতিষ্ঠানৰ আন এগৰাকী নেপালী ছাত্ৰী প্ৰকৃতি লামছালে যোৱা ১৬ ফেব্ৰুৱাৰীত আত্মহত্যা কৰিছিল। সেই ঘটনাটোৱেও আলোড়নৰ সৃষ্টি কৰিছিল। সেই ঘটনাৰ মাত্ৰ আঢ়ৈ মাহৰ পিছতে এই ঘটনাটো ঘটিল। একেদৰে একে ঠাইতে একেটা গোষ্ঠীৰ দুই ছাত্ৰীৰ মৃত্যুৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে।

প্ৰথম ঘটনাটোত লক্ষ্ণৌৰ এজন চিভিল ইঞ্জিনিয়াৰৰ পুত্ৰ আৰক্ষীৰ হাতত ধৰা পৰে। ল’ৰাটোৱে ভুক্তভোগীক চিনি পাইছিল। অভিযোগ অনুসৰি তেওঁ গোপনে কেইবাখনো ফটোও তুলিছিল আৰু অহৰহ ব্লেকমেইল কৰিছিল।

ইয়াৰ পিছতে মৃত্যুৰ সন্দৰ্ভত কূটনৈতিক পৰ্যায়তো প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নেপালী ছাত্ৰ-ছাত্ৰীক শীঘ্ৰে হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ দিয়ে। তাক লৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ হয় ।

সেই ঘটনাৰ ঢৌ মাৰ নৌযাওতেই সেই একেটা প্ৰতিষ্ঠানে পুনৰ শিৰোনাম দখল কৰিলে। আকৌ তেনে ঘটনাৰ পুনৰাবৃত্তি ঘটিল। অৱশ্যে কেআইআইটি কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ সম্ভাৱ্য কাৰণ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে KIIT হৈছে ভুৱনেশ্বৰৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান। দেশ-বিদেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে তাত নামভৰ্তি কৰে। দক্ষিণ এছিয়াৰ দেশসমূহৰ পৰা বহু ছাত্ৰ-ছাত্ৰী তাত নামভৰ্তি কৰে।

একেৰাহে দুগৰাকী নেপালী ছাত্ৰীৰ মৃত্যুত তাত থকা ছাত্ৰ সমাজৰ মাজত আতংকৰ সৃষ্টি হৈছে। তদুপৰি সামাজিক সুৰক্ষা আৰু মানসিক স্বাস্থ্যৰ সজাগতা সম্পৰ্কেও নতুন নতুন প্ৰশ্নৰ উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd