দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত আহি উপস্থিত হৈছেহি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতি গৰাকীয়ে বিশেষ বিমানেৰে আহি দিনৰ প্ৰায় ১১.৩০ বজাত আগৰতলা...

Read moreDetails

ৰাছিয়াত ৰক্তাক্ত প্ৰতিদ্বন্দ্বিতাৰে কিক বক্সিঙৰ বিশ্ব প্ৰতিযোগিতাত সোণ আৰ্জন নিষ্ঠাৰ

ৰাছিয়াত অনুষ্ঠিত বিশ্ব কিক বক্সিং চেম্পিয়নশ্বিপত এটা সোণৰ আৰু দুটা ৰূপৰ পদক আৰ্জন কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ যুৱতী নিষ্ঠা চক্ৰবৰ্তীয়ে।...

Read moreDetails

আগৰতলাত আটক দুজন সন্দেহজনক বাংলাদেশী নাগৰিক

ত্ৰিপুৰাৰ আগৰতলাৰ পৰা মোবাইল টাস্ক ফ’ৰ্চে (Mobile Task Force) ৫ জুনত দুজন সন্দেহজনক বাংলাদেশী যুৱকক আটক কৰে। যুৱক দুজন বাংলাদেশৰ...

Read moreDetails

আগৰতলাত বিজেপি কৰ্মীৰ হাতত প্ৰহৃত এছ এফ আইৰ ৰাজ্যিক সভানেত্ৰী : শান্তিৰক্ষী বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ

আগৰতলাৰ যোগেন্দ্ৰনগৰ এলেকাত সোমবাৰে বিজেপি মহিলা মৰ্চাৰৰ কৰ্মীৰ হাতত এছএফআইৰ ত্ৰিপুৰাৰ ৰাজ্যিক সভানেত্ৰী তথা সৰ্বভাৰতীয় উপ সভানেত্ৰী  নীলাঞ্জনা ৰয় প্ৰহৃত...

Read moreDetails

অপৰাধৰ বলি হোৱা মহিলালৈ ক্ষতিপূৰণ বৃদ্ধি ত্ৰিপুৰা চৰকাৰৰ

বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে বিভিন্ন অপৰাধত ভুক্তভোগী মহিলাসকলৰ বাবে ক্ষতিপূৰণ হিচাপে আৰ্থিক সাহায্য ৩...

Read moreDetails

কালিয়াচহৰ আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ অবৈধ দেশীয় সুৰা জব্দ, কাৰখানা ধ্বংস

কালিয়াচহৰ মহকুমা আৰক্ষী বিষয়া বুদ্ধ দেববৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বিপ্লব দেবৰ যুটীয়া উদ্যোগত এটা বৃহৎ দেশীয় সুৰাৰ কাৰখানা এটা...

Read moreDetails

বেংক কৰ্মচাৰীৰ দুদিনীয়া ধৰ্মঘটত স্থবিৰ ত্ৰিপুৰাৰ ৰাজহুৱা খণ্ডৰ বেংক সেৱা

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ ৩০ আৰু ৩১ মে’ত দুদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘট কাৰ্য্যসূচীৰ প্ৰভাৱ ত্ৰিপুৰাটো...

Read moreDetails

ধৰ্মনগৰত বিৰল প্ৰজাতিৰ বনৰীয়া মেকুৰী উদ্ধাৰ

ধৰ্মনগৰৰ জয়হিন্দ পথৰ বাসিন্দা দুলাল ভট্টাচাৰ্যি নামৰ লোকজনৰ ঘৰত এটা দুস্পাপ্য প্ৰজাতিৰ বনৰীয়া মেকুৰী উদ্ধাৰ হৈছে। কাহানিও চকুত নপৰা এই...

Read moreDetails

ত্ৰিপুৰা বিজেপিৰ সভাপতিৰ নিৰ্বাচনৰ কুচকাৱাজ : তীব্ৰ প্ৰতিদ্বন্দ্বিতাত আগবাঢ়িছে ৰামপ্ৰসাদ পৌল

ত্ৰিপুৰা বিজেপিৰ প্ৰধান কাৰ্যালয়ত দলীয় সভাপতিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে যো-জা আৰম্ভ হৈছে। দলীয় সভাপতি প্ৰৰ্থিত্ব প্ৰয়াসীসকলৰ মাজত ইতিমধ্যে...

Read moreDetails

গেলামালৰ দোকানৰ পৰা ৫ লাখ টকা মূল্যৰ বিদেশী সুৰা জব্দ ধৰ্মনগৰ আবকাৰী বিভাগৰ

ধৰ্মনগৰ আবকাৰী বিভাগে এখন গেলামালৰ দোকানত হঠাতে অভিযান চলাই বিপুল পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে,...

Read moreDetails
Page 51 of 81 1 50 51 52 81

Stay Connected

Recent News