DMCA.com Protection Status

ত্ৰিপুৰাত কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ : দুজনক আটক

ত্ৰিপুৰাত আজি আৰক্ষীয়ে চলোৱা দুটা পৃথক অভিযানত কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। প্ৰথমটো ঘটনাত পশ্চিম ত্ৰিপুৰা জিলাৰ টেলিমৌৰাত...

Read more

মহিলা ৰে’ল যাত্ৰীৰ নিৰাপত্তাৰ ওপৰত ত্ৰিপুৰাৰ ধৰ্মনগৰত আৰ পি এফৰ সজাগতা সভা

মহিলা ৰে’ল যাত্ৰীসকলৰ নিৰাপত্তাৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ)এ আজি ত্ৰিপুৰাৰ ধৰ্মনগৰ ৰে’লৱে ষ্টেশ্যনত এখন...

Read more

ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন : ৪ গৰাকী লোকৰ মৃত্যু

প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি অৰ্থাৎ শুকুৰবাৰে ত্ৰিপুৰাত চাৰি গৰাকী লোকৰ মৃত্যু হয়। পশ্চিম ত্ৰিপুৰাৰ কামভুকচেৰা গাঁৱত সংঘটিত প্ৰথমটো...

Read more

ত্ৰিপুৰাত বাংলাদেশীয়ে চৰকাৰ চলাই আছে : ত্ৰিপুৰা পীপ’লছ ফ্ৰণ্ট

“যিসকল লোক বাংলাদেশৰ পৰা আহিছে, সেইসকল লোকেই ত্ৰিপুৰাত চৰকাৰ চলাই আহিছে। গতিকে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিলখনৰ কেতিয়াও বিৰোধিতা নকৰে।” আজি...

Read more

ধাৰাসাৰ বৰষুণত মাটিৰ দেৱাল খহি ত্ৰিপুৰাত চাৰিজন লোকৰ মৃত্যু

বৃহস্পতিবাৰৰ নিশাৰ পৰা ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত হোৱা মূষলধাৰ বৰষুণৰ ফলত চাৰিজন লোকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়। নিশাৰে পৰা হৈ...

Read more

বিভিন্ন কল্যাণমূলক আঁচনিৰে আমবাছাত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ সভা

আমবাছাত অৱস্থিত ধালাই জিলা পলিটেকনিক কলেজত আহা মে’ মাহৰ ২০ তাৰিখে  ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত সেনাসকলৰ কল্যাণ সাধন কৰাৰ উদ্দেশ্যে এখন সভা...

Read more

সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহাৰ দাবীত গ্ৰামীন ডাক সেৱা কৰ্মচাৰীসকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

আজিৰে পৰা সমগ্ৰ ভাৰত ব্যাপি ভাৰতীয় এক্সট্ৰা ডিপাৰ্টমেণ্টেল এমপ্লয়িজ ইউনিয়নে অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘট আৰম্ভ কৰিছে। কমলেশ চন্দ্ৰ কমিটীৰ পৰামৰ্শাৱলী...

Read more

ত্ৰিপুৰা : কংগ্ৰেছ কাৰ্যালয় উচ্ছেদৰ প্ৰতিবাদত ‘আক্ৰোশ ৰেলী’

ত্ৰিপুৰা ৰাজ্য চৰকাৰৰ প্ৰশাসনে যোৱা ৭ মে’ত অবৈধভাৱে চৰকাৰী ভূমিত নিৰ্মান কৰাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদ অভিযান চলাইছিল কংগ্ৰেছৰ কাৰ্যালয়ত।...

Read more

ত্ৰিপুৰাৰ ফটিকৰয়ত পুখুৰীত পৰি দুটিকৈ শিশুৰ সলিলসমাধি

ত্ৰিপুৰাৰ উনাকোতি জিলাৰ ফটিকৰয় আৰক্ষী থানাৰ অন্তৰ্গত কুলেশনগৰ অঞ্চলৰ এটা পুখুৰীত পৰি দুটি শিশুৰ সলিলসমাধি ঘটে। নিহত শিশু দুটিক মধুমিতা...

Read more

নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ : ত্ৰিপুৰাৰ বাগপাছা সমষ্টিত খোৱাপানীৰ যোগান আৰম্ভ প্ৰশাসনৰ

দীৰ্ঘদিন ধৰি উত্তৰ ত্ৰিপুৰাৰ বাগপাছা বিধানসভা সমষ্টিৰ অন্তৰ্গত কদমতলা খণ্ডৰ অধীনৰ ইছালাল ছাৰাবাসীয়ে খোৱাপানীৰ সমস্যাত ভূগি আহিছিল যদিও এতিয়া সেই...

Read more
Page 50 of 79 1 49 50 51 79

Recent News