• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচ দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশতে শূন্য; কেৰেলা হেৰুৱাই অস্তিত্বৰ সংকটত বাওঁপন্থী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:25 am
151
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ কোনো ৰাজ্যতে বাওঁ পন্থীৰ চৰকাৰ নাই। পিনাৰায়ী বিজয়নৰ নেতৃত্বত এল ডি এফ চৰকাৰৰ পতনৰ লগে লগে দেশৰ বাওঁপন্থীৰ শেষ দুৰ্গটোও খহি পৰিল।

যোৱা পাঁচ দশকত প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ কোনো ৰাজ্যতে বাওঁপন্থী চৰকাৰ নাই। আনকি চিপিএমে কোনো ৰাজ্যতে মিত্ৰতাৰ অংশীদাৰ হিচাপেও বিশেষ ভূমিকা গ্ৰহণ কৰা নাছিল।

Apply Now

১৯৫৭ চনত প্ৰথমবাৰৰ বাবে কেৰালাত বাওঁপন্থী চৰকাৰ প্ৰতিষ্ঠা হয়। সেইখনেই আছিল সমগ্ৰ বিশ্বতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা প্ৰথম বাওঁপন্থী চৰকাৰ। তাৰ পিছত পাঁচ বছৰৰ মূৰে মূৰে কেৰালাত চৰকাৰ সলনি কৰাৰ পৰম্পৰা আৰম্ভ হ’ল। ব্যতিক্ৰম আছিল যদিও সামগ্ৰিকভাৱে এইটোৱেই আছিল কেৰালাৰ পৰম্পৰা।

তাৰ পিছত ১৯৭৭ চনত পশ্চিমবংগত চিপিএমৰ বিজয় যাত্ৰা আৰম্ভ হয়। তাৰ পিছত ১৯৯৩ চনত ত্ৰিপুৰা দখল হয়। তেতিয়াৰ পৰাই ২০২৬ চনলৈ এখন নহয় এখন ৰাজ্যত সদায় নিৰ্বাচিত চিপিএমৰ চৰকাৰ চলি আছিল।

এই সময়ছোৱাত পশ্চিমবংগ, ত্ৰিপুৰা আৰু কেৰালাৰ তিনিওখন ৰাজ্যতে চৰকাৰ চলি আহিছে। ২০১১ চনত পশ্চিমবংগ চৰকাৰৰ পতনৰ পাছতো ত্ৰিপুৰা আৰু কেৰালাত বাওঁপন্থীৰ চৰকাৰৰ ক্ষমতা আছিল। ২০১৮ চনত ত্ৰিপুৰা চৰকাৰৰ পতনৰ পাছতো পিনাৰায়ী বিজয়নে কেৰালাৰ বাওঁপন্থী দুৰ্গ ৰক্ষা কৰিছিল। এইবাৰ সেই শেষ দুৰ্গও খহি পৰিছে।

কেৰালাতো বাওঁপন্থী প্ৰায় নিচিহ্ন হোৱাৰ পথত। তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল সেই ৰাজ্যখনৰ বাকী থকা আসনসমূহ ধৰি ৰখা আৰু কোনো কাৰণতে মূল বিৰোধীৰ আসনখন বিজেপিক গতাই নিদিয়া।

মন কৰিবলগীয়া যে যোৱা ১০ বছৰ ধৰি কেৰালাত বাওঁপন্থীয়ে ক্ষমতাত আছিল। এইবাৰ একপক্ষীয়ভাৱে তাত কংগ্ৰেছে জয়লাভ কৰিছে। চূড়ান্ত ফলাফলত দেখা গৈছে যে সেই ৰাজ্যত কংগ্ৰেছ মিত্ৰজোঁটে প্ৰায় ৯০ খন আসন লাভ কৰিছে। বাওঁ মিত্ৰজোঁটে মাত্ৰ ৪০খন আসনহে লাভ কৰিছে।

চিন্তনীয় কথাটো হ’ল কেৰালাত বিজেপিয়ে প্ৰায় ১১ শতাংশ ভোট লাভ কৰিছে। একাধিক আসনত জয়ৰ মুখো দেখিছে। বাওঁপন্থীৰ ভোট বেংক ভাঙি এই ভোটবোৰ বিজেপিৰ পকেটলৈ গৈছে। ঠিক যেনেকৈ পশ্চিংবংগ আৰু ত্ৰিপুৰাত ঘটিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd