• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 7:23 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিতৃৰ মৃত্যুৰ সময়ত কন্যা বিবাহিত হৈ থাকিলেও, পৰৱৰ্তী সময়ত তেওঁৰ বিবাহবিচ্ছেদ ঘটিলে পৰিয়াল পেঞ্চনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। এক তাৎপৰ্যপূৰ্ণ ৰায়দানত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছে। আদালতে স্পষ্ট কৰি দিয়ে যে পেঞ্চন সম্পৰ্কীয় নিয়মসমূহত এনে কোনো অৱ্যক্ত চৰ্ত থাকিব নোৱাৰিব যাৰ বাবে পিতৃ জীৱিত থকা অৱস্থাতে জীয়ৰীৰ বিবাহবিচ্ছেদ হ’ব লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই এক নতুন আইনী নিদৰ্শন গঢ়ি তুলিলে।

আগৰতলা পৌৰ নিগমৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ কন্যা উজ্জ্বল ৰানী পালৰ দীৰ্ঘ আইনী যুঁজৰ পিছতে এই গুৰুত্বপূৰ্ণ ৰায় পোহৰলৈ আহে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে ২০০৪ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০১৮ চনৰ ডিচেম্বৰ মাহত মৃত্যুবৰণ কৰিছিল। তেওঁৰ পত্নীৰ পূৰ্বেই মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ সময়ত উজ্জ্বল দেৱী বিবাহিত আছিল যদিও ২০২১ চনৰ অক্টোবৰ মাহত পাৰস্পৰিক সন্মতিৰে তেওঁৰ বিবাহবিচ্ছেদ সম্পন্ন হয়। ইয়াৰ পিছত ২০২২ চনত তেওঁ পিতৃৰ পৰিয়াল পেঞ্চনৰ বাবে আবেদন কৰাত আগৰতলা পৌৰ নিগমে সেই আবেদন খাৰিজ কৰে। পৌৰ নিগমৰ যুক্তি আছিল যে পিতৃ জীৱিত থকা সময়ত বিবাহবিচ্ছেদ নোহোৱাৰ বাবে তেওঁ এই সুবিধা লাভ নকৰিব।

Apply Now

পৌৰ নিগমৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উজ্জ্বল দেৱীয়ে আইনী যুঁজ আৰম্ভ কৰে যদিও প্ৰথমতে এজনীয়া বিচাৰপীঠে পৌৰ নিগমৰ পক্ষতেই ৰায় দিয়ে। কিন্তু হতাশ নহৈ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ ডিভিজন বেঞ্চৰ দ্বাৰস্থ হয়। প্ৰধান বিচাৰপতি এম এছ ৰামচন্দ্ৰ ৰাও আৰু বিচাৰপতি বিশ্বজিৎ পালিতৰ ডিভিজন বেঞ্চত এই আবেদনৰ শুনানি অনুষ্ঠিত হয়। আদালতে গোচৰটো পৰ্যবেক্ষণ কৰি জনায় যে ২০১৭ চনৰ ত্ৰিপুৰা ৰাজ্যিক অসামৰিক সেৱা সংশোধিত পেঞ্চন নিয়মৰ কোনো স্থানতে পিতৃ জীৱিত থাকোঁতেই জীয়ৰীৰ বিবাহবিচ্ছেদ হ’ব লাগিব বুলি উল্লেখ নাই। একলপীয়া বিচাৰপীঠে আইনৰ পৰিসৰৰ বাহিৰলৈ গৈ এখন অতিৰিক্ত চৰ্ত জাপি দিছিল, যিটো সম্পূৰ্ণৰূপে অনুচিত।

পেঞ্চন পোৱাৰ বাবেই কোনো মহিলাই ভুৱা বিবাহবিচ্ছেদ ল’ব বুলি পৌৰ নিগমে যি যুক্তি দাঙি ধৰিছিল, তাক ন্যায়ালয়ে সম্পূৰ্ণ অযুক্তিকৰ বুলি নাকচ কৰে। বিচাৰপতিদ্বয়ে কয় যে সামান্য কিছু টকাৰ পেঞ্চনৰ লোভত কোনো মহিলাই নিজৰ সংসাৰ ভাঙি আইনী জটিলতাত সোমাই পৰিব বুলি বিশ্বাস কৰাটো কঠিন। কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাক উল্লেখেৰে উচ্চ ন্যায়ালয়ে নিশ্চিত কৰে যে আইনগতভাৱে বিবাহবিচ্ছেদ হোৱা জীয়ৰী পৰিয়াল পেঞ্চনৰ প্ৰাপ্য দাবিদাৰ।

অৱশেষত এজনীয়া বিচাৰপীঠৰ ৰায় বাতিল কৰি উজ্জ্বল ৰানী পালৰ আবেদন মঞ্জুৰ কৰে ডিভিজন বেঞ্চে। ২০২১ চনৰ ৪ অক্টোবৰ অৰ্থাৎ যিদিনা বিবাহবিচ্ছেদ সম্পন্ন হৈছিল, সেই দিনটোৰ পৰাই সমগ্ৰ বকেয়া পৰিয়াল পেঞ্চন বছৰি ৬ শতাংশ সুদেৰে পৰিশোধ কৰিবলৈ আগৰতলা পৌৰ নিগমক নিৰ্দেশ দিছে আদালতে। এই সিদ্ধান্তই ভৱিষ্যতে এনে একে ধৰণৰ সমস্যাত পৰা বহু মহিলাক নিজৰ ন্যায়সংগত অধিকাৰ লাভত বিশেষভাৱে সহায় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd