• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি শাসিত ত্ৰিপুৰাত স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত ব্যাপক হিংসা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:19 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুলীচালনা, বোমা নিক্ষেপৰ দৰে হিংসাত্মক ঘটনাৰে অন্ত পৰিল ত্ৰিপুৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচন। ২৮খন আসনৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত ৮.৫ লাখৰো অধিক ভোটাৰৰ আছিল। ভোটাৰৰ ভোটদানৰ হাৰ ৭০%ৰ ওপৰত আছে।

নিৰ্বাচনত বিজেপিৰ মিত্ৰদলবোৰৰ মাজত সংঘৰ্ষ তীব্ৰতৰ হৈ পৰে। বিশেষকৈ টিপ্ৰা মথা আৰু বিজেপিৰ মাজত সংঘৰ্ষ পৰ্যায়ক্ৰমে অব্যাহত আছিল। আহত হয় কেইবাজনো লোক। মুঠৰ ওপৰত নিৰ্বাচনত হিংসাত্মক পৰিস্থিতিৰ সাক্ষী হৈ ৰ’ল বিজেপি শাসিত ত্ৰিপুৰাত।

Apply Now

দেওবাৰে ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনক কেন্দ্ৰ কৰি দেওবাৰে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হয়। ইয়াৰ পিছতো হিংসা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব পৰা নগ’ল। কেইবাটাও অঞ্চলত বিক্ষিপ্ত ঘটনা সংঘটিত হয়। স্পৰ্শকাতৰ অঞ্চলত অতিৰিক্ত কেন্দ্ৰীয় বাহিনী আৰু ৰাজ্যিক আৰক্ষী নিয়োগ কৰাৰ পাছতো কেইবাটাও স্থানত সংঘৰ্ষ, আক্ৰমণ আৰু ভোটদানত বাধাৰ অভিযোগ উত্থাপন হৈছে।

পুৱা তুলনামূলকভাৱে শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল ভোটদানৰ কাম। কিন্তু দিনটো আগবাঢ়ি যোৱাৰ লগে লগে ছবিখন সলনি হৈ গ’ল। দুপৰীয়াৰ পিছত পৰিস্থিতিৰ অৱনতি ঘটে। বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী আৰু সমৰ্থকৰ মাজত উত্তেজনা বাঢ়ি সংঘৰ্ষলৈ পৰিণত হয়। ক’ৰবাত ভোটাৰক ভয় দেখুৱাই, ক’ৰবাত বা বুথ জব্দ কৰাৰ চেষ্টাৰ অভিযোগ চৰ্চালৈ আহিছে, যাৰ ফলত প্ৰশাসনৰ প্ৰস্তুতিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

এনে পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সমালোচকসকলে। আচৰণ বিধি উলংঘা কৰি হিংসাত্মক কাৰ্যত লিপ্ত হোৱা লোকৰ বিৰুদ্ধে ক্ষিপ্ৰ আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক দাবী জনাইছে। সামগ্ৰিকভাৱে কটকটীয়া নিৰাপত্তাৰ মাজতো এডিচি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা আৰু বিতৰ্কই ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ আৰু অধিক উত্তপ্ত কৰি তুলিছে।

উল্লেখ্য যে কেৱল ত্ৰিপুৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ নির্বাচনত ২৮খন আসনতে বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ টিপ্ৰা মথাৰ সৈতে মিত্ৰতা ভংগ হোৱাৰ বাবে গেৰুৱা শিবিৰে অকলশৰীয়াকৈ যুঁজ দিছে। এইবাৰ ত্ৰিপুৰাত অকলে জিলা পৰিষদ দখল কৰিব বুলি দাবী কৰিছে বিজেপিয়ে। টিপ্ৰা মথাৰ কেইবাগৰাকীও নেতাই গেৰুৱা শিবিৰত যোগদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd