অভিমত

মানুহৰ মুক্তি আৰু ন্যায়ৰ বাবে ২৭ বছৰ ৭ মাহ জেলত থকা প্ৰেমিক মানুহজন : আজি নেলছন মেণ্ডেলাৰ জন্মদিন

পৃথিৱীৰ ইতিহাসৰ এক অন্যতম বিপ্লৱী, সৰ্বস্ব ত্যাগ কৰি ন্যায়ৰ বাবে যুঁজ দিয়া এগৰাকী যুগপুৰুষ নেলছন মেণ্ডেলাৰ আজি জন্মদিন। মেণ্ডেলা আছিল...

Read moreDetails

ভাৰত গণতন্ত্ৰৰ মাতৃভূমি হয়নে?

ইন্দিৰা গান্ধীৰ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ কি সম্পৰ্ক? জৰুৰীকালীন অৱস্থাৰ কথা ক’বলৈ যোৱাৰ...

Read moreDetails

ভাড়াতীয়া সেনানী

আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগতে ৰুছ-ইউক্ৰেইনৰ যুদ্ধখন যেতিয়া আৰম্ভ হৈছিল, তেতিয়া নানা বাদ-বিবাদ, শংকা-সহানুভূতি উজাৰি বাতৰি কাকত-আলোচনীত নানা প্ৰবন্ধ-পাতি...

Read moreDetails

মহাৰাষ্ট্ৰত আকৌ ৰাজনৈতিক নাটক

বিদেশ ভ্ৰমণৰ পৰা ওভতি আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশত এখন বিশাল জনসভাত ভাষণ দিছিল। আচলতে সেইখনক আপোনালোকে নিৰ্বাচনী সভা...

Read moreDetails

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভৱিষ্যৎবাণী

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জীভাৰ মতে ২০২২ চনৰ তুলনাত ২০২৩ চনৰ বিশ্ব অৰ্থনীতিৰ অৱস্থা অধিক বেয়া হ’ব৷ জৰ্জীভাৰ...

Read moreDetails

এয়ে নেকি স্বাধীনতাৰ অমৃত কাল!

নলবাৰীৰ ওচৰৰ ঘগ্ৰাপাৰ পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এজনী গাভৰু ছোৱালীক থানাৰ ভিতৰত উলংগ কৰি ছবি তুলিছে। এখন পুলিচ থানাৰ...

Read moreDetails

জৰুৰীকালীন অৱস্থা আৰু আৰ এছ এছ

এই কেইদিন বাতৰি কাকত পঢ়ি এনেকুৱা ধাৰণা হয় যে ১৯৭৫ চনত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা জাপি...

Read moreDetails

প্ৰসঙ্গঃ হৰেন্দ্ৰনাথ বৰঠাকুৰ

এখন সেউজীয়া হৃদয়, এহাল তেজোদীপ্ত চকু, কান্ধলৈকে বৈ পৰা চুলি, প্ৰতিটো খোজতে প্ৰৱল আত্মবিশ্বাস আৰু নিজস্ব নীতি-আদৰ্শৰ ক্ষেত্ৰত হিমালয় সদৃশ...

Read moreDetails

ৰাইজে কান্দিব নোৱাৰে – কিশোৰ কুমাৰ কলিতা

“বুকুৰ বান্ধৈসকল, বিপ্লৱ কৰিবলৈ হ’লে আগতে নিজেই বিপ্লৱী হ’ব লাগিব। সৰ্বহাৰাক নেতৃত্ব দিবলৈ হ’লে আগতে নিজেও সৰ্বহাৰা হ’ব লাগিব। বিপ্লৱক...

Read moreDetails
Page 11 of 65 1 10 11 12 65

Stay Connected

Recent News