ইউপিত ৪০ জন যাত্ৰী কঢ়িয়াই অনা বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ: ৮ জন নিহত, ১৯ জন আহত
কান্নৌজ জিলাৰ ঔৰৈয়া সীমান্তৰ সমীপৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত এখন শ্লীপাৰ বাছ আৰু এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়,...
Read moreকান্নৌজ জিলাৰ ঔৰৈয়া সীমান্তৰ সমীপৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত এখন শ্লীপাৰ বাছ আৰু এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়,...
Read moreগুৱাহাটী মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত জনতা ভৱনৰ সমীপত এগৰাকী নাবালিকা কিশোৰীক শুকুৰবাৰে ঘৰৰ পৰা পলায়ন কৰা বুলি খবৰ পোৱাৰ...
Read moreকেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে বৃহস্পতিবাৰে (৫ ডিচেম্বৰ) ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে ছত্তিশগড়ৰ হাছদেৱ...
Read moreআজি ৬ ডিচেম্বৰ। ছয় ডিচেম্বৰত ভাঙি পেলোৱা হৈছিল বাবৰি মছজিদ। এই উপাসনাস্থলী ভাঙি পেলোৱাটো ভাৰতৰ ইতিহাসৰ এক ক’লা অধ্যায়। উনৈচশ...
Read moreকেৰালা বিজেপিৰ উপ-সভাপতি মেজৰ ৰবিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোটেল আৰু ৰাজহুৱা স্থানত গো-মাংস সেৱন নিষিদ্ধ কৰাৰ সিদ্ধান্তক সমালোচনা...
Read moreশেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰ সমাগম ঘটিছে। মাত্ৰ দুমাহৰ ভিতৰতে—অক্টোবৰ আৰু নৱেম্বৰ মাহত—উদ্যানখনে আচৰিত ধৰণে ৮১,০৬৮...
Read moreকেন্দ্ৰীয় তথ্য আয়োগ (চিআইচি) আৰু ৰাজ্যিক তথ্য আয়োগ (এছআইচি)ৰ খালী পদসমূহ ক্ষিপ্ৰতাৰে পূৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ...
Read moreঅৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভাত সোমাল বৰ্ষীয়ান বিজেপি নেতা প্ৰশান্ত ফুকন। দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল বিধায়ক প্ৰশান্ত ফুকনৰ।...
Read moreঅসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি ভাৰতীয় ষ্টেট বেংক আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ বৃহৎ সংখ্যক খালী পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক...
Read moreবহু উত্থান-পতন অতিক্ৰম কৰি বৃহস্পতিবাৰে বিয়লি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ল বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছ। শিৱসেনাৰ নেতা একনাথ সিন্দেই শেষ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd