• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ বিতৰ্কত শংকৰ সংঘ! তোলনী বিয়াত মাছ-মাংস খুৱাই বহিষ্কৃত হ’ল এটা পৰিয়াল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 3:55 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কই লগ নেৰা হৈছে ৰাজ্যৰ অন্যতম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘক। বিতৰ্কৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিও পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। যোৰহাটত আমিষ খাদ্যৰে কন্যাৰ পুষ্পিতা অনুষ্ঠানত অতিথিক আপ্যায়ন কৰাৰ বাবে এইবাৰ সংঘৰ পৰা এবছৰৰ বাবে বহিষ্কৃত কৰা হ’ল এটা পৰিয়াল। যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাই এই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

আত্মীয় তথা বন্ধুবৰ্গক যোৰহাট নগৰত থকা ঘৰত আমিষ খাদ্যৰে আপ্যায়ন কৰা বাবেই সংঘৰ পৰা বহিষ্কাৰ হ’ল গৌতম বৰুৱাৰ পৰিয়ালক। গৌতম বৰুৱা নামৰ লোকজনৰ পৰিয়ালটোৰ ঘৰত এবছৰলৈ ধৰ্মীয় অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লয় ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাই।

Apply Now

উল্লেখ্য যে, ৰংদৈৰ গাঁৱৰ ঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মমতে কন্যাৰ পুষ্পিতা অনুষ্ঠান শেষ কৰি যোৰহাট নগৰত থকা ঘৰলৈ আহি গৌতম বৰুৱাই বন্ধুবৰ্গ তথা আত্মীয় স্বজনৰ বাবে আমিষ আহাৰেৰে আয়োজন কৰিছিল এটা অনুষ্ঠান। অৱশ্যে নাতিনীৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত নাছিল গৌতম বৰুৱাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ। কিন্তু তাৰ পাছতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাৰ ৰোষত পৰে গৌতম বৰুৱাৰ পৰিয়াল। আমিষ খাদ্যৰে আপ্যায়ন কৰাৰ অপৰাধত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাই পৰিয়ালটোৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে ইয়াৰ সমাধান বিচাৰি পৰিয়ালটোৱে সংঘৰ প্ৰাথমিক, আঞ্চলিক আৰু জিলাৰ বিষয়ববীয়ালৈ পত্ৰ প্ৰেৰণ কৰিও উত্তৰ পোৱা নাই। যাৰ বাবে এতিয়া আইনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে গৌতম বৰুৱাৰ পৰিয়ালে। ধৰ্মপ্ৰাণ বৃদ্ধা মাতৃৰ ওপৰত সংঘই গ্ৰহণ কৰা এনে অবাঞ্ছিত সিদ্ধান্তত মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটি। বৰ্তমান গৌতম বৰুৱাৰ মাতৃক চিকিৎসা কৰি থকা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে সিদ্ধান্তক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd