• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষীৰ জালত দিল্লীৰ ‘লেডী ডন’! এক কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 2:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাবছৰ ধৰি চলোৱা সন্ধানৰ পাছত অৱশেষত আৰক্ষীৰ জালত পৰিল দিল্লীৰ ‘লেডী ডন’ জ’য়া খান। ২৭০ গ্ৰাম হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য এক কোটি টকা।

জ’য়া হৈছে গেংষ্টাৰ হাছিম বাবাৰ তৃতীয় পত্নী। দীৰ্ঘদিন ধৰি তেওঁ দিল্লী আৰক্ষীৰ চকুত আছিল। এজন গেংষ্টাৰৰ পত্নী হোৱাৰ পাছতো আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ৰ কোনো শক্তিশালী প্ৰমাণ বিচাৰি উলিয়াব পৰা নাছিল। ফলত আৰক্ষীৰ চোৰাংচোৱাগিৰিত থাকিও তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল। হাছিম জেললৈ যোৱাৰ পাছত জ’য়াই হাছিমৰ ড্ৰাগছ সাম্ৰাজ্যৰ দায়িত্ব লয়। কিন্তু তেওঁ গোটেই ব্যৱসায়টো ইমানেই চতুৰতাৰে চম্ভালিছিল যে তেওঁৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপৰ কোনো আৰক্ষীয়ে প্ৰমাণ গোটাব পৰা নাছিল।

Apply Now

উল্লেখ্য যে, হাছিমৰ বিৰুদ্ধে হত্যা, ধন দাবী, চোৰাং ব্যৱসায়কে ধৰি ১২টাতকৈও অধিক গোচৰ আছে। বৰ্তমান তেওঁ কাৰাগাৰত আছে। কিন্তু তেওঁৰ অনুপস্থিতিত ‘লেডী ডনে’ সমগ্ৰ গেংটো পৰিচালনা কৰে। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত ২০১৭ চনত হাছিমক বিয়া কৰাইছিল জ’য়াই। দুয়োজনেই উত্তৰ-পূব দিল্লীৰ বাসিন্দা আৰু সংঘটিতভাৱে ইজনে সিজনৰ চুবুৰীয়া। সেই সূত্ৰৰ ওপৰত ভিত্তি কৰি কথা-বতৰা, প্ৰেম আৰু তাৰ পিছত বিবাহ। সূত্ৰ অনুসৰি জ’য়াৰ এই ব্যৱসায়ত জড়িত হোৱাৰ আঁৰত আছিল ডাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰ্কাৰ।

আৰক্ষীৰ সূত্ৰৰ মতে, ড্ৰাগছ সাম্ৰাজ্য চলোৱাৰ পাছতো জ’য়াই নিজৰ প্ৰতিচ্ছবি বজাই ৰাখিছিল। ধনী মানুহৰ লগত আড্ডা দিছিল, পাৰ্টিলৈ গৈছিল, বিলাসী কাপোৰ আৰু গহনা পৰিধান কৰিছিল। ছচিয়েল মিডিয়াত তেওঁ যথেষ্ট সক্ৰিয়। তেওঁৰ বহু অনুগামীও আছে। দিল্লী আৰক্ষীৰ বিশেষ কোষে কেইবাবছৰ ধৰি জ’য়াক ধৰিবলৈ চেষ্টা চলাইছিল। কিন্তু একো পোৱা নাছিলোঁ। অৱশেষত উত্তৰ-পূব দিল্লীৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ হয়।

জ’য়াৰ পৰিয়ালৰ সদস্যসকলো অপৰাধমূলক কাৰ্যত জড়িত হৈ আছে। ২০২৪ চনত তেওঁৰ মাতৃক ছেক্স ৰেকেট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান জামিনত মুক্ত। জ’য়াৰ দেউতাক ড্ৰাগছৰ ব্যৱসায়ত জড়িত। উত্তৰ-পূব দিল্লীত সক্ৰিয় কেইটামান গেংৰ ভিতৰত হাছিম বাবা গেং অন্যতম। ইয়াৰ উপৰিও চেনু গেং আৰু নাছিৰ পেহলৱান গেঙো তাত যথেষ্ট সক্ৰিয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd