Popular Stories

বিশাখাপট্টনমত এআই হাবঃ গুগলৰ প্ৰকল্পই সৃষ্টি কৰিব পানীৰ তীব্ৰ নাটনি!

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত শেহতীয়াকৈ গুগল আৰু ৰাজ্য চৰকাৰে গুগল ক্লাউড ইণ্ডিয়া এআই হাবৰ কাম আৰম্ভ কৰিছে। এই প্ৰকল্পটোৱে ভাৰত যাতে...

Read moreDetails

আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলত নতুন স্পিন প্ৰশিক্ষক নিযুক্তি, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ পৰাজয়ৰ পিছত ল’লে শিক্ষা

ভাৰত আৰু আফগানিস্তানৰ মাজত হ’বলগীয়া প্ৰথম টেষ্ট মেচখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে এক ডাঙৰ সিদ্ধান্ত লৈছে। টীম ইণ্ডিয়াই চাইৰাজ বহুতুলেক...

Read moreDetails

৩৪ বছৰৰ পাছত ন্যায়! ১৯৯২ চনৰ হাফ মাৰ্ডাৰ গোচৰত ৮৫ বছৰীয়া বৃদ্ধক ৩ বছৰৰ জেইল

বিহাৰৰ বৈশালী জিলা আদালতে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে । ১৯৯২ চনত ৰুজু হোৱা এটা প্ৰাণঘাতী আক্ৰমণৰ গোচৰত সুদীৰ্ঘ ৩৪...

Read moreDetails

সাধাৰণ লোকৰ বাবে কঠোৰ নিয়ম, কিন্তু প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত প্ৰশ্ন সোধাটো অপৰাধ নেকি? প্ৰশ্ন জৱাহৰ চিৰকাৰৰ

প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন সঞ্চালক প্ৰধান জৱাহৰ চিৰকাৰে শেহতীয়াকৈ মন্তব্য কৰিছে যে চাকৰিৰ সাক্ষাৎকাৰত যুৱক-যুৱতীক প্ৰমাণপত্ৰ দেখুৱাবলৈ কোৱা উচিত নহয়। একে...

Read moreDetails

উত্তৰবহী পৰীক্ষা প্ৰক্ৰিয়াত বিসংগতিঃ চিবিএছইৰ অধ্যক্ষ আৰু সচিবক বদলি, তদন্তৰ নিৰ্দেশ চৰকাৰৰ

চিবিএছই (চেণ্ট্ৰেল বৰ্ড অৱ চেকেণ্ডাৰী এডুকেশ্যন)ৰ অধ্যক্ষ ৰাহুল সিং আৰু সচিব হিমাংশু গুপ্তাক শেহতীয়াকৈ বদলি কৰা হৈছে। দ্বাদশ শ্ৰেণীৰ উত্তৰবহী...

Read moreDetails

মুম্বাইত দশক পুৰণি দৰগাহ উচ্ছেদ কৰিলে প্ৰশাসনে

মুম্বাইৰ গোৰেগাঁও পূবৰ আৰে কলনীত অৱস্থিত বহু দশক পুৰণি বৰকত আলী শ্বাহ বাবা দৰগাহ মঙলবাৰে বৃহন্মুম্বাই পৌৰ নিগমে তীব্ৰ নিৰাপত্তাৰ...

Read moreDetails

ইঞ্জিনীয়াৰ পাব, কিন্তু প্লাম্বাৰ নাপাব! আগন্তুক ৫ বছৰত ভাৰতৰ সন্মুখলৈ আহিব নতুন সংকট

বৰ্তমান ভাৰতৰ বহু চহৰত তাপমাত্ৰা ৪০ ডিগ্ৰীৰ ওপৰত চলি আছে। এনে অৱস্থাত এচি মেৰামতি কৰা টেকনিচিয়ানৰ অভাৱ সঘনাই দেখা গৈছে।...

Read moreDetails

তামিলনাডুৰ ৰাজনীতিত ডাঙৰ জোকাৰণি, কে আন্নামালাইৰ বিজেপি ত্যাগ

তামিলনাডুৰ ৰাজনীতিত এটা ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে, যেতিয়া ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ প্ৰাক্তন প্ৰদেশ সভাপতি কে আন্নামালাইয়ে দলৰ...

Read moreDetails

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৬: মণিপুৰী চলচ্চিত্ৰ ‘বুং’লৈ তিনিটাকৈ সন্মান

নিউয়ৰ্কত অনুষ্ঠিত হৈ যোৱা নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৬-ত বাফটা বঁটা বিজয়ী মণিপুৰী চলচ্চিত্ৰ 'বুং'-এ তিনিটাকৈ শীৰ্ষ সন্মানেৰে উজলি উঠিছে।...

Read moreDetails

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৬: অসমত বাল্য বিবাহ আৰু কিশোৰী অৱস্থাত মাতৃত্বৰ হাৰৰ লক্ষণীয় হ্ৰাস

শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ (এন এফ এইচ এছ-৬) তথ্য অনুসৰি অসমত বাল্য বিবাহ আৰু কিশোৰী অৱস্থাত মাতৃত্বৰ...

Read moreDetails
Page 146 of 1527 1 … 145 146 147 … 1,527

Stay Connected

Recent News