• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 12:00 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

102
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মংগল গ্ৰহৰ ওপৰত কৰা গৱেষণাত বিজ্ঞানীসকলে আন এক চমকপ্ৰদ আৱিষ্কাৰ কৰিছে। শেহতীয়াকৈ মংগল গ্ৰহৰ এটা শিলত এক প্ৰকাৰৰ খনিজ পদাৰ্থ পোৱা গৈছে, যিটো পৃথিৱীত অতি মূল্যৱান ৰত্ন হিচাপে পৰিচিত।

এই খনিজ পদাৰ্থটোক ‘অলিভাইন’ (Olivine)বুলি কোৱা হয়। পৃথিৱীত অলিভাইনৰ স্বচ্ছ আৰু উচ্চমানৰ ৰূপটো ‘পেৰিড’ট’ (Peridot) নামৰ ৰত্ন হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ পৰা ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াৰ ৰাজত্বলৈকে এই ৰত্নটো অতি জনপ্ৰিয় আছিল।

Apply Now

শেহতীয়াকৈ নাছাৰ মংগলযান ‘পাৰ্চেভাৰেন্স’য়ে শেহতীয়াকৈ মংগল গ্ৰহৰ জেজিৰ’ ক্ৰেটাৰ অঞ্চলৰ এক বিশেষ ধৰণৰ শিল পৰীক্ষা কৰি এই খনিজ পদাৰ্থৰ উপস্থিতি চিনাক্ত কৰিছে। বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে, শিলটোত প্ৰচুৰ পৰিমাণে অলিভাইন আছে, যাৰ ফলত মংগল গ্ৰহৰ ভূতাত্ত্বিক ইতিহাস সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য পোৱা যাব পাৰে।

বিশেষজ্ঞসকলৰ মতে অলিভাইন সাধাৰণতে আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ সৈতে জড়িত। এই খনিজ পদাৰ্থ পৃথিৱীৰ আগ্নেয়গিৰিৰ শিলতো পোৱা যায়। ফলত মংগল গ্ৰহৰ সেই অঞ্চলত পূৰ্বতে কেনেধৰণৰ ভূতাত্ত্বিক পৰিৱৰ্তন ঘটিছিল সেই কথা বুজিবলৈ এই আৱিষ্কাৰ অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে। গৱেষকসকলে ধাৰণা কৰে যে কোটি কোটি বছৰৰ আগতে মংগল গ্ৰহৰ অভ্যন্তৰত এক সক্ৰিয় আগ্নেয়গিৰিৰ প্ৰক্ৰিয়া আছিল আৰু সেই সময়ত এই ধৰণৰ শিলৰ সৃষ্টি হৈছিল।

পেৰিডট ৰত্নৰ ইতিহাসো যথেষ্ট চহকী। প্ৰাচীন ৰোমানসকলে ইয়াক ‘সূৰ্য্যৰ ৰত্ন’ বুলি কয়। পিছলৈ ইউৰোপৰ অভিজাত সমাজতো ই বহুলভাৱে জনপ্ৰিয় হৈ পৰিছিল। ৰাণী ভিক্টোৰিয়াৰ ৰাজত্বকালত ব্ৰিটিছ অভিজাত শ্ৰেণীৰ গহনাত পেৰিডটৰ ব্যৱহাৰ যথেষ্ট সাধাৰণ আছিল। সেইবাবেই মংগল গ্ৰহৰ শিলত সেই খনিজ আৱিষ্কাৰে বিজ্ঞানী আৰু সাধাৰণ মানুহৰ আগ্ৰহ আৰু অধিক বৃদ্ধি কৰিছে।

অৱশ্যে বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে যে এয়া কোনো ৰত্ন খনিৰ আৱিষ্কাৰ নহয়। বৰঞ্চ এই খনিজ পদাৰ্থৰ উপস্থিতিয়ে মংগল গ্ৰহৰ অতীতৰ পৰিৱেশ, ভূতাত্ত্বিক গঠন আৰু গ্ৰহটোৰ বিৱৰ্তনৰ বিষয়ে নতুন তথ্য জানিবলৈ সুযোগ প্ৰদান কৰিছে। বিশেষকৈ এই আৱিষ্কাৰে ভৱিষ্যতে মংগল গ্ৰহত এসময়ত পানী আছিল নেকি আৰু তাত জীৱৰ বাবে উপযোগী পৰিৱেশ সৃষ্টি হৈছিল নেকি সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

গৱেষকসকলৰ মতে, অনাগত দিনত পাৰ্চেভাৰেন্স ৰভাৰে আৰু অধিক নমুনা সংগ্ৰহ কৰিব। সেই নমুনাবোৰ বিশ্লেষণ কৰিলে মংগল গ্ৰহৰ ইতিহাসৰ বিষয়ে অধিক বিশদ তথ্য পোৱা যাব। ফলত মংগল গ্ৰহৰ এই ‘ৰত্নখচিত’ শিলটো কেৱল খনিজ আৱিষ্কাৰেই নহয়, ৰঙা গ্ৰহৰ অতীতৰ ৰহস্য উন্মোচনৰো এক নতুন দুৱাৰ মুকলি কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd