• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা উন্নয়ন খণ্ডৰ অভয়পুৰ গাঁও পঞ্চায়তৰ আঠ নম্বৰ ৱাৰ্ডৰ নাফুক আদৰ্শ গাঁৱৰ ৰাইজে এতিয়া যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে। গাঁওখনৰ জয়া পথ নামৰ ৰাস্তাটোৰ অৱস্থা বৰ্তমান অতি শোচনীয় হৈ পৰিছে।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2026 9:44 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা উন্নয়ন খণ্ডৰ অভয়পুৰ গাঁও পঞ্চায়তৰ আঠ নম্বৰ ৱাৰ্ডৰ নাফুক আদৰ্শ গাঁৱৰ ৰাইজে এতিয়া যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে। গাঁওখনৰ জয়া পথ নামৰ ৰাস্তাটোৰ অৱস্থা বৰ্তমান অতি শোচনীয় হৈ পৰিছে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত এই ৰাস্তাটোৰে মানুহ অহা যোৱা কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। বছৰ বছৰ ধৰি এই ভঙা ছিগি যোৱা ৰাস্তাটোৱে সাধাৰণ ৰাইজক বহুত কষ্ট দি আহিছে।

এই অঞ্চলটোত প্ৰায় ত্ৰিছৰ পৰা চল্লিছ ঘৰ পৰিয়ালে বসবাস কৰে। ৰাস্তাটো বেয়া হোৱাৰ ফলত বিশেষকৈ বিদ্যালয়লৈ যোৱা সৰু সৰু ছাত্ৰ ছাত্ৰীসকল সদায় বহুত অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। উপায় নাপায় গাঁৱৰ মানুহে এতিয়া পথাৰৰ আলিয়েদি খোজকাঢ়ি অহা যোৱা কৰিবলগীয়া এক দুখলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। গাঁৱৰ ৰাইজে মিলি নিজৰ ফালৰ পৰাও ৰাস্তাটো অলপ সুচল কৰিবলৈ চেষ্টা কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহোল আৰু ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য আজিলৈকে সম্পূৰ্ণ নহোল।

Apply Now

ৰাইজৰ অভিযোগ অনুসৰি এই ৰাস্তাটো বনাবৰ বাবে গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে স্থানীয় বিধায়ককো বহুত বাৰ অনুৰোধ কৰা হৈছিল। নিৰ্বাচনৰ আগতে শাসকীয় দলৰ নেতাসকলে ৰাস্তাটো বনাই দিয়াৰ বহুতো প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত কোনেও ৰাইজৰ দুখৰ খবৰ লবলৈ সময় নাপালে। বৰ্তমান জনপ্ৰতিনিধিৰ এনে অৱহেলাৰ বাবে গাঁৱৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আগন্তুক দিনত নেতাসকলে এই ৰাস্তাটো মেৰামতি কৰি ৰাইজক যাতায়াতৰ সুবিধা কৰি দিব নে নিদিয়ে সেয়া সময়তহে পৰিস্কাৰ হব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm
প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

August 1, 2026 11:49 am
অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

August 1, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd