• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দ্যোপাধ্যায়। শুকুৰবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। আদালতৰ নিৰ্দেশ অনুসৰি অহা একৈশ আগষ্ট পৰ্যন্ত অভিষেক বন্দ্যোপাধ্যায়ে আৰক্ষী বা আদালতৰ ওচৰত হাজিৰা দিব নালাগে। সেই দিনাই এই স্পৰ্শকাতৰ গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2026 10:14 pm
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দ্যোপাধ্যায়। শুকুৰবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। আদালতৰ নিৰ্দেশ অনুসৰি অহা একৈশ আগষ্ট পৰ্যন্ত অভিষেক বন্দ্যোপাধ্যায়ে আৰক্ষী বা আদালতৰ ওচৰত হাজিৰা দিব নালাগে। সেই দিনাই এই স্পৰ্শকাতৰ গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে দুহেজাৰ একৈশ চনৰ আগষ্ট মাহৰ আৰম্ভণিতে এটা দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ যুৱ নেতৃত্বক পথত বাধা প্ৰদান কৰা হৈছিল। তাত দেবাংশু ভট্টাচাৰ্য, সুদীপ ৰাহা আৰু জয়া দত্তৰ ওপৰত আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। ইয়াৰ পিছত যুৱ নেতাসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত অভিষেক বন্দ্যোপাধ্যায় আৰু কুণাল ঘোষকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে খোৱাই থানাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আৰু ধৃতসকলৰ মুক্তিৰ দাবী উত্থাপন কৰে।

Apply Now

জামিন অযোগ্য ধাৰাত গোচৰ ৰুজু হোৱাৰ বাবে ধৃত নেতাসকলক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু সেই সময়তো অভিষেক বন্দ্যোপাধ্যায় থানাতে বহি সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছিল। দলৰ নেতাসকলে জামিন লাভ কৰাৰ পিছত তেওঁ ত্ৰিপুৰাৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি দিছিল। সিদিনা থানাত তৃণমূল কংগ্ৰেছৰ এই ধৰ্মঘট কাৰ্যসূচীৰ বাবেই ত্ৰিপুৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল। সেই গোচৰতে খোৱাই আদালতে অভিষেক বন্দ্যোপাধ্যায়নৈ সমন প্ৰেৰণ কৰিছিল আৰু ইয়াৰ পিছতে গ্ৰেপ্তাৰ হোৱাৰ আশংকাত তেওঁ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

আনহাতে অভিষেক বন্দ্যোপাধ্যায়ৰ বিৰুদ্ধে দুৰ্নীতিৰ বহুতো অভিযোগ উত্থাপিত হৈছে, যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ নজৰত আছে। শেহতীয়াকৈ স্বাক্ষৰ জালিয়াতিৰ গোচৰ আৰু শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰতো তেওঁ কেন্দ্ৰীয় সংস্থাৰ সোধা-পোছাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়েও এটা মানহানিৰ গোচৰত তেওঁ লাভ কৰা আইনী সুৰক্ষা কৱচ প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত তৃণমূলৰ এইগৰাকী শীৰ্ষ নেতাৰ আইনী সংকট যে ক্ৰমাৎ বৃদ্ধি পাইছে, সেই বিষয়ে কোনো সন্দেহ নাই।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd