Popular Stories

ক্ৰীজলৈ আহিলেই বাজে ৰাম ছিয়া ৰাম! খেলৰ মাজতে মহাৰাজ-ৰাহুলৰ বাৰ্তালাপ, ভাইৰেল ভিডিঅ’

বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ। মেচখনত দক্ষিণ আফ্ৰিকাক ৭৮ ৰাণত পৰাস্ত কৰি ভাৰতীয় দলে...

Read moreDetails

ক্ৰিকেটৰ পৰা সন্যাসৰ পিছত কি কৰিব ধোনীয়ে! জনালে নিজ ইচ্ছা

ভাৰতীয় ক্ৰিকেটৰ শ্ৰেষ্ঠতম অধিনায়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত ২০১৯ চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে।...

Read moreDetails

আৰু কি বাকী থাকিল! ৪৮ বছৰ কাৰাবাসত কটোৱাৰ পিছত নিৰ্দোষী প্ৰমাণিত হ’ল ব্যক্তি

আমেৰিকাৰ ওকলাহোমা প্ৰদেশৰ ঘটনা। তাতে গ্লিন ছিমনছ নামৰ এজন ব্যক্তিয়ে ৪৮ বছৰ কাৰাগাৰত থকাৰ পিছত গম পালে যে তেওঁ নিৰ্দোষী।...

Read moreDetails

চেমছনৰ শতক, অৰ্শদীপ-সুন্দৰৰ দুৰ্দান্ত বলিং; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ

ইয়াকে কোৱা হয় তীব্ৰ যুঁজ। অৱশেষত পাৰ্লেত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ পৰিণাম ওলাল। টী-২০ শৃংখলাত বৰষুণ খলনায়ক হৈ...

Read moreDetails

ফেচবুকৰ চিনাকী ছোৱালীৰ লগত নগ্ন হৈ ভিডিঅ’ কল! ব্লেক মেইলিঙৰ কবলত লাওলোৱা হ’ল হীৰা ব্যৱসায়ী

এইবাৰ পোহৰলৈ আহিছে অচিনাকী যুৱতীৰ কবলত পৰি মান-ধন হেৰুৱাবলগীয়া হোৱা চুৰাটৰ এগৰাকী হীৰা ব্যৱসায়ীৰ কথা। ফেচবুকত চিনাকী ছোৱালীৰ লগত নগ্ন...

Read moreDetails

সমকামী নেকি বলীউডৰ ছুপাষ্টাৰৰ পুত্ৰ! সামাজিক মাধ্যমত ভাইৰেল ছবিয়ে সৃষ্টি কৰিছে জোকাৰণিৰ

বলীউডৰ অভিনেতা-অভিনেত্ৰী সকলক লৈ বিভিন্ন মহলত সদায়ে বিভিন্ন বিষয়ত চৰ্চা চলি থাকে। বলীউডৰ তাৰকা সকলৰ খাদ্য, সাজ-পোচাক, ভ্ৰমণ, প্ৰেম, সম্পৰ্ক,...

Read moreDetails

শীতত তুলিছে উষ্ণতা! ‘ইস্ক জেইছা কুচ’ গীতৰ টিজাৰ মুকলি; হৃতিক-দীপিকাৰ ৰসায়নে দৃষ্টি কাঢ়িছে সকলোৰে

হৃতিক-দীপিকাৰ বাতৰিয়ে শিৰোনামা দখল কৰা আজি যথেষ্ট দিন হ’ল। ২০২৪ ত আহি আছে তেওঁলোকৰ নতুন ছবি ফাইটাৰ। তাৰ আভাস পোহৰলৈ...

Read moreDetails

পৃথিৱীৰ পৰা কেনেকৈ নোহোৱা হৈ গৈছিল ডাইন’ছৰৰ প্ৰজাতি? জানি লওঁ আহক

কোটি কোটি বছৰৰ আগতে এই পৃথিৱীত এক প্ৰকাৰৰ ৰাজত্ব কৰিছিল ডাইন’ছৰ নামৰ প্ৰাণীটোৱে। কিন্তু কালৰ পাকচক্ৰত পৰি আজিৰে পৰা প্ৰায়...

Read moreDetails

অভেৰী বা ডিম্বাশয়ৰ কৰ্কটৰোগ

নাৰীদেহৰ এক বিশেষ অংগ হৈছে অভেৰী বা ডিম্বাশয়। ডিম্বাশয় সেই অংগ বা থলী য'ত নাৰী এগৰাকীৰ প্ৰজননৰ বাবে প্ৰয়োজনীয় ডিম্ব...

Read moreDetails

মূঢ়মতি মানুহ! যুগ যুগ ধৰি ঈশ্বৰ বুলি পূজা কৰা শিলখণ্ড প্ৰকৃততে ডাইন’ছৰৰ কণীহে আছিল

অন্ধবিশ্বাসী মানুহৰ কাণ্ড; দীৰ্ঘদিনে ইষ্টদেৱতা বুলি এটা শিলাখণ্ডক পূজা কৰি আহিছিল এখন গাঁৱৰ বাসিন্দাই। পিছে সেই শিলাখণ্ডটি আচলতে এটা জীৱাশ্মযুক্ত...

Read moreDetails
Page 376 of 1136 1 375 376 377 1,136

Stay Connected

Recent News