হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পাৱোৰা পিছত আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বাবে এল আই চিয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আদানী গ্ৰুপৰ...
Read moreDetailsভাৰতীয় মূলৰ আমেৰিকান নাগৰিক অজয় বাংগা হ’ব পাৰে বিশ্ব বেংকৰ পৰৱৰ্তী অধ্যক্ষ। বিশ্ব বেংকৰ অধ্যক্ষ পদৰ বাবে তেওঁক মনোনীত কৰিছে...
Read moreDetailsশুকুৰবাৰৰ পৰা ৰায়পুৰত কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আৰম্ভ হৈছে। এই অধিবেশনতে কংগ্ৰেছ দলৰ শীৰ্ষ কাৰ্যকৰী কমিতিখন নিৰ্বাচন কৰা হ’ব।...
Read moreDetailsঅসম আৰক্ষীয়ে কংগ্ৰেছ নেতা পৱন খেৰাক বৃহস্পতিবাৰে ২৩ ফেব্ৰুৱাৰী দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। কংগ্ৰেছ দলে দলীয় টুইটাৰ হেণ্ডলত এই...
Read moreDetailsপ্ৰৱঞ্চনা, প্ৰতাৰণা আৰু ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সুকেশ চন্দ্ৰশেখৰক মণ্ডোলী কাৰাগাৰত ৰখা হৈছে। শেহতীয়াকৈ ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা...
Read moreDetailsহাৰিয়ানাৰ গুৰগাঁৱৰ চকাৰপুৰত তিনি বছৰ ধৰি এটা ভাড়াঘৰৰ কোঠাত শিশুপুত্ৰসহ নিজকে আৱদ্ধ কৰি ৰাখিছিল এগৰাকী ৩৩ বছৰীয়া মহিলাই। কৰোণা মহামাৰীৰ...
Read moreDetailsমহামাৰী কৰোণাই দেশৰ পৰ্যটক খণ্ডৰ কঁকাল ভাঙি থৈ গৈছিল। কৰোণা কালৰ পাছত দেশৰ পৰ্যটন খণ্ড প্ৰায়ে বন্ধ হৈ পৰাত খণ্ডটোত...
Read moreDetailsহিজাব বিতৰ্কই কেইমান মাহ পূৰ্বে দেশৰ ৰাজনীতি উত্তাল কৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ হিজাবৰ সমৰ্থন আৰু বিৰোধত হোৱা বাদ প্ৰতিবাদে...
Read moreDetailsসকলোৱে জানে যে হিন্দেনবাৰ্গে আদানী গ্ৰুপৰ বিষয়ে প্ৰকাশ কৰা প্ৰতিবেদনৰ পিছত আদানী গ্ৰুপৰ ষ্টকৰ মূল্য অভাবনীয়ভাবে হ্ৰাস পাইছে। প্ৰতিবেদনটি ওলোৱাৰ...
Read moreDetailsচৰকাৰী কাৰ্যালয়ৰ এজন কেৰাণীয়ে সেৱা প্ৰদানৰ বাবে ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ আছিল। গোচৰটো ৪৪ বছৰ ধৰি আদালতত চলি আছিল।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd