• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সভাপতি খৰ্গেলৈ ফ্ৰীহেণ্ড কংগ্ৰেছৰ, ৱৰ্কিং কমিটিৰ নিৰ্বাচনত ভাগ নলয় গান্ধী পৰিয়ালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2023 10:20 am
149
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰৰ পৰা ৰায়পুৰত কংগ্ৰেছৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ আৰম্ভ হৈছে। এই অধিবেশনতে কংগ্ৰেছ দলৰ শীৰ্ষ কাৰ্যকৰী কমিতিখন নিৰ্বাচন কৰা হ’ব।

অধিৱেশনত দলৰ ৱৰ্কিং কমিতিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি বিশেষ সূত্ৰই দাবী কৰিছে। এক বিশেষ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই বৈঠকত গান্ধী পৰিয়াল কোনো সদস্য উপস্থিত নাথাকিব।

সূত্ৰটোৰ মতে, প্ৰাক্তন কংগ্ৰেছী মুৰব্বী ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ আৰু প্ৰিয়ংকা গান্ধীয়ে ছত্তীশগড়ৰ ৰায়পুৰত দলৰ শীৰ্ষ কমিটি ৱৰ্কিং কমিটি নিৰ্বাচনৰ বাবে আয়োজিত হ’বলগীয়া বৈঠকত উপস্থিত নাথাকে।

সূত্ৰটোৰ মতে, দলৰ শীৰ্ষ কাৰ্যকৰী কমিটি গঠনত যাতে গান্ধী পৰিয়ালৰ কোনো ভূমিকা নাথাকে আৰু এইক্ষেত্ৰত সভাপতি মল্লিকাৰ্জুন খৰ্গেই যাতে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব পাৰে তাৰবাবেই গান্ধী পৰিয়ালে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

সূত্ৰ অনুসৰি গান্ধী পৰিয়ালে কংগ্ৰেছৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গেক মুক্ত হাত দিব বিচাৰিছে আৰু কোনো ধৰণৰ সিদ্ধান্তক প্ৰভাৱিত কৰিব বিচৰা নাই। ইয়াৰ দ্বাৰা গান্ধী পৰিয়ালে দলটোত গান্ধী পৰিয়ালৰ প্ৰভূত্ব থকা বুলি বিজেপিয়ে কৰি অহা অভিযোগৰ যোগ্য প্ৰত্যুত্তৰ দিয়া বুলিও ধাৰণা কৰা হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd